ধূপ-কাঠিক লৈ চলোৱা গৱেষণাত পোহৰলৈ আহিছে ভয়ানক তথ্য৷ ধূপৰ ধোঁৱা হেনো চিগাৰেটতকৈও ক্ষতিকাৰক৷ ছাউথ চাইনা ইউনিভাৰ্চিটী অব টেকন’লজী [এছ চি ইউ টি]ৰ বিজ্ঞানীসকলে চলোৱা গৱেষণাত পোহৰলৈ আহে ধূপ সম্পৰ্কে এই চাঞ্চল্যকৰ তথ্য৷ উক্ত গৱেষণাত পোৱা তথ্য মতে ধূপ কাঠিৰ ধোঁৱা হাওঁফাওঁৰ বাবে অতি ক্ষতিকাৰক৷ এই ধোঁৱা শৰীৰত প্ৰৱেশ কৰিলে হাওঁফাওঁ
ভাত খোৱাৰ সম্পৰ্কে ভিন্ন জেন ভিন্ন মত পোষণ কৰা দেখা যায়৷ অনেক লোকে ভাবে যে ভাত খালে শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ কোন সময়ত কিমান ভাত খাব লাগে তাক লৈয়ো বিভিন্ন প্ৰশ্ন উত্থাপন হয়৷ অনেকেই মন্তব্য কৰে যে ৰাতি ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক আৰু এই কাৰণেই একাংশ লোকে ৰাতি
উপকৃত হব ৩ লাখ ৬৯ হাজাৰ ৪৫৪ শিক্ষাৰ্থী… মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মৰ্মে নৱম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক চৰকাৰে ১৩ অক্টোবৰত বিতৰণ কৰিব চাইকেল। ইতিমধ্যে চৰকাৰে এই সন্দৰ্ভত এছ অ’পি জাৰি কৰি জিলা আয়ুক্ত সকলক কেতবোৰ নীতি নিৰ্দেশনা প্ৰদান কৰে। সেই মৰ্মে জিলা আয়ুক্ত সকলে চাইকেল বিতৰণ অনুষ্ঠানত স্হানীয় বিধায়ক সাংসদৰ লগতে হিতাধিকাৰী
অমৃত কলহ যাত্ৰাত হিন্দুত্বৰ গোন্ধ পাইছে AIUDF-এ! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিদ্ৰাহৰণ হোৱাৰ কাৰণ বদৰুদ্দিন আজমল। এই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ালে AIUDFৰ নেতৃত্বই।
কংগ্ৰেছত যোগদান প্ৰাক্তন BPF নেতা প্ৰবীণ বড়োৰ ‘এতিয়া কংগ্ৰেছৰ গ্ৰহণযোগ্যতা ভাৰতবৰ্ষত বাঢ়িছে’। আজি কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন BPF নেতা প্ৰবীণ বড়োয়ে। যোগদানৰ পূৰ্বে কি ক’লে নেতাগৰাকীয়ে?