সপোনত নিজকে বিবস্ত্ৰ দেখিছে? ইয়াৰ অৰ্থ হ’ব পাৰে অনেক!

সপোনত নিজকে বিবস্ত্ৰ দেখিছে? ইয়াৰ অৰ্থ হ’ব পাৰে অনেক!

নিজকে নগ্ন অৱস্থাত সপোনত দেখাৰ আঁৰত কোনো গোপন কথা ফাদিল হৈ যোৱাৰ আশংকাও কাম কৰিব পাৰে। এটা এটা স্থানত নিজকে বিবস্ত্ৰ দেখাৰ আঁৰত এটাকৈ কাৰণ থাকিব পাৰে।   বিজ্ঞানী ফ্ৰয়েডে কৈছে, সপোন হ’ল আচলতে আপোনাৰ অবচেতন মনৰ এক খিৰিকী। আপুনি সপোনত যি দেখে, তাৰ অধিকাংশৰ পিছত কোনোবা নহয় কোনোবা কাৰণ,

সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰী জিলা লৈ গৌৰৱ কঢ়িয়াই আনিলে নিবেদিতা ডিম্পলে

সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰী জিলা লৈ গৌৰৱ কঢ়িয়াই আনিলে নিবেদিতা ডিম্পলে

সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰী জিলা লৈ গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ নিবেদিতা ডিম্পলে! সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰী জিলা লৈ গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ নিবেদিতা ডিম্পলে। পশ্চিম নলবাৰীৰ এক চিৰপৰিচিত নাম মঞ্চসূৰ্য ধৰণী বৰ্মন। সুৰদেৱী থিয়েটাৰ জন্ম দি সমগ্ৰ অসমতে চামতাক পৰিচয়

হামাছৰ হাতত শিশুসহ শতাধিক পণবন্দী, জাৰ্মান মহিলাক হত্যা

হামাছৰ হাতত শিশুসহ শতাধিক পণবন্দী, জাৰ্মান মহিলাক হত্যা

শনিবাৰে প্ৰবল ৰকেট আক্ৰমণৰ পাছত জল-স্থল আৰু পেৰাগ্লাইডিঙৰ জৰিয়তে আকাশমাৰ্গেৰে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰা পেলেষ্টাইনৰ হামাছ যোদ্ধাই অসংখ্য ইজৰাইলীক পণবন্দী কৰিছে৷ ইজৰাইলৰ দক্ষিণ অঞ্চলৰ কমেও ২২ টাকৈ অঞ্চলত হামাছৰ যোদ্ধাই ঘৰে ঘৰে প্ৰৱেশ কৰি ইজৰাইলী লোকক হত্যা কৰিছে আৰু ঘৰদুৱাৰ জ্বলাই দিছে৷ শনিবাৰৰ পৰা ইজৰাইলৰ খাফাৰ আজা, ছিডৰট, ছুফা, নাহাল

ছিকিমৰ আবদ্ধ হৈ পৰা শিক্ষাৰ্থীৰ মুখত ভয়াৱহ বানৰ শিহৰণকাৰী বৰ্ণনা..

ছিকিমৰ আবদ্ধ হৈ পৰা শিক্ষাৰ্থীৰ মুখত ভয়াৱহ বানৰ শিহৰণকাৰী বৰ্ণনা..

ছিকিমৰ আবদ্ধ হৈ পৰা শিক্ষাৰ্থীৰ মুখত ভয়াৱহ বানৰ শিহৰণকাৰী বৰ্ণনা। বিশেষ বাছেৰে পুৱা গুৱাহাটীত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ দলটো। ছাত্ৰ-ছাত্ৰীৰ দলটোক পোনে পোনে লৈ যোৱা হয় হোটেল ৰেডিছন ব্লুলৈ। ৰেডিছন ব্লুত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ১২৪ গৰাকী শিক্ষাৰ্থীক