কোন ৰাজনীতিকৰে লেটিপেটি আছে ডেভিদ দে’ এণ্ড কোম্পানীৰ? আৰক্ষীৰ কোন বিষয়াই ৰক্ষণাবেক্ষন দিছে চাইবাৰ অপৰাধীৰ গেঙক? ডেভিদ দে’, ৰাজন ছিদানা আৰু দিব্যম আৰোৰাৰ মোবাইলৰ পৰীক্ষাত মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু ৰাজনীতিক আৰু আৰক্ষীৰ নাম। লগতে জাকে জাকে সুন্দৰীৰে চাইবাৰ গেঙৰ যোগাযোগ থকাৰ তথ্য পাইছে আৰক্ষীয়ে। সুৰা, সুন্দৰী আৰু ৰেভ
অসমৰ মন্ত্ৰী, বিধায়কসকললৈ এগৰাকী শিক্ষকৰ আহ্বান। ছ’চিয়েল মিডিয়াত তেওঁ বিগত সময়চোৱাত চৰকাৰে লোৱা কাৰ্যসূচীক লৈ ক্ষোভ প্ৰকাশ কৰি লিখিলে এইদৰে- “মাননীয় মন্ত্ৰী বিধায়ক সকল। আপোনালোকৰ প্ৰতিটো বন্ধৰ দিনত উদযাপন কাৰ্যসূচীয়ে আমাক অতীষ্ঠ কৰিছে। চাকৰিৰ নামত আমি পৰিয়াল, সন্তাৰ পৰা দুৰত থাকো আৰু সপ্তাহৰ শেষৰ দিনটোলৈ বাট চাই থাকো। বিভিন্ন পৰিকল্পনা
ৰাইজে নখ জোকাৰিলে হেনো নৈ বয়,নৈ বওক বা নবওক কিন্ত ৰাইজে হাত উজান দিলে যে এখন দলং হয় সেয়া পুনৰ প্ৰমানিত কৰিলে ঢকুৱাখনা সমষ্টিৰ চাৰিখনকৈ গাঁৱৰ ৰাইজে। চৰকাৰ-জনপ্ৰতিনিধিৰ আশা এৰি ৰাইজে সাজিলে চাৰিকড়ীয়া নদীৰ ওপৰত ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং।সমষ্টিটোৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত সুঁতিমুখৰ পৰা জাৰণি গাঁও সংযোগী
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত অক্সিগুৰীৰ ওৰাং পাৰা, উত্তৰ বল্লামগুৰী, ফৰমাইশালীত বনৰীয়া হাতীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে পূৱতি নিশা অক্সিগুৰীৰ ওৰাং পাৰাত তাণ্ডব চলাই বিদ্যা ৰঞ্জন মল্লিকৰ প্ৰায় ২ বিঘা ধানৰ খেতি বিনষ্ট কৰাৰ লগতে অঞ্চলটোৰ কেইবাজনো কৃষকৰ ধানৰ খেতি খাই বিনষ্ট কৰে। একে
আজিকালি মানুহে চুলিৰ লগত জড়িত বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যেনে- চুলি সৰা, পাতল চুলি, নিৰ্জীৱ চুলি আৰু শুকান চুলি, উফিৰ সমস্যা আদি। এনে বহু লোক আছে যিসকলে প্ৰায়ে উফিৰ সমস্যাত ভুগে। চুলিৰ যত্ন নোলোৱা, শীতকাল আদি উফিৰ মূল কাৰণ হ’ব পাৰে, যদিও শৰীৰত কিছুমান উপাদানৰ অভাৱতো উফি হ’ব পাৰে।