এই ৭ বিধ বস্তু ফ্ৰিজত থৈ খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক

এই ৭ বিধ বস্তু ফ্ৰিজত থৈ খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক

এই সাত বিধ খোৱা বস্তু ফ্ৰিজত নথব। এইসমূহ ফ্ৰিজত ৰাখিলে স্বাদ সলনি হোৱাৰ ওপৰিও গুণাগুণ নষ্ট হৈ পৰে লগতে স্বাস্থ্যৰ বাবে যথেষ্ট হানিকাৰক। ( Assamese Health Tips ) ১/ বিলাহী । ২/ ব্ৰেড । ৩/ পিয়াজ । ৪/ আলু । ৫/ মৌ । ৬/ আপেল । ৭/ তৰমূজ । ১/

পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা !

পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা !

পাইলট আৰু এয়াৰ হোষ্টেছৰ পাৰফিউম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ সাজু হৈছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়। ইতিমধ্যে সঞ্চালকালয়ে প্ৰস্তুত কৰিছে খচৰা ৷উল্লেখ্য যে,পাৰফিউমত এলক’হলৰ উপস্থিতি ধৰা পৰা বাবে এই পদক্ষেপ লৈছে বিমান পৰিবহণ সঞ্চালকালয়ে । ভাৰতত পাইলট আৰু এয়াৰ হোষ্টেছৰ বাবে নিষিদ্ধ কৰা হৈছে সুৰা সেৱন। মনকৰিবলগীয়া যে,পাৰফিউম ব্যৱহাৰকাৰীয়ে সুৰা সেৱন

হাইলাকান্দিত ২ আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

হাইলাকান্দিত ২ আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

পুনৰ খাকী পোছাকত দাগ ল’গালে দুই আৰক্ষীয়ে ৷ যেন সৰিয়হৰ ডুলিতে ভূত ৷ হাইলাকান্দিত আৰক্ষীৰ হাততেই গ্রেপ্তাৰ হ’ল দুই আৰক্ষী কনিষ্টবল ৷ ড্রাগছ সৰবৰাহ আৰু ডকাইতি ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় দুই কনিষ্টবলক ৷ ধৃত কনিষ্টবলদ্বয় হ’ল ইউনিচ আলী আৰু নাৰায়ণ দাস ৷ উল্লেখ্য যে, আছাম ৰাইফলছে দিয়া

ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ

ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ

ছিকিমৰ উত্তৰাঞ্চলত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। ডাৱৰ বিস্ফোৰণৰ ফলস্বৰূপে লোনাক হ্ৰদৰ তিস্তা নদী জলস্তৰ বৃদ্ধি পায় বিপদসীমা অতিক্ৰম কৰি নৈৰ বাঢনী পানীয়ে ভয়ংকৰ ৰূপ ধাৰন কৰে ৷ ভয়ংকৰ বানপানীৰ ফলত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হোৱাৰ বিপৰীতে

লাহৰীঘাটত পিষ্টল, সক্রিয় গুলীসহ দুই যুৱকক আটক

লাহৰীঘাটত পিষ্টল, সক্রিয় গুলীসহ দুই যুৱকক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ যৌথ অভিযানত আটক দুই দুৰ্ধষ চোৰাং চিকাৰী ৷ গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ লাহৰিঘাটত এটি বাসগৃহত বিশেষ টাস্ক ফৰ্চ আৰু বন বিভাগৰ দলে অৰ্তকিতে অভিযান চলাই পিষ্টল, সক্রিয় গুলীসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোক দুজন হ’ল ৰফিকুল