১৪২ দিনৰ পাছত জোনমনি ৰাভাৰ চূৰ্ণ–বিচূৰ্ণ গাড়ীত ওলাল এটা ম’বাইল ফোন। এই ম’বাইল ফোনটো জোনমণি ৰাভাৰ নে আন কাৰোবাৰ, তাক লৈ উদ্ৰেগ ঘটিছে প্ৰশ্নৰ। আজি জখলাবন্ধা থানাত থকা জোনমনিৰ চূৰ্ণ–বিচুৰ্ণ হোৱা গাড়ীখনৰ ভিতৰতে CBIৰ দলে উদ্ধাৰ কৰিলে মোবাইলটো। এই খিনিতে উত্থাপন হৈছে জটিল প্ৰশ্নৰ। যদি এই ম’বাইলটো জোনমণিৰ হয়, তেন্তে
সন্দেহ! স্বামীৰ সন্দেহৰ পৰিণতিত বোকাখাতৰ ৰজাবাৰী পল’ ক্লাবৰ সমিপত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ ভয়ংকৰ মৃত্যু। ঘৰৰ ভিতৰতে চটফটাই মৃত্যুক সাবটি ল’লে বিনীতা তাঁতী নামৰ মহিলাগৰাকীয়ে। পৰপুৰুষৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত আত্মবিশ্বাস নথকা বাবুল নাহকে ঘৰত নথকা সময়ত বিচনাৰ ওপৰতে বন্দী কৰি ৰাখিব খুজিছিল পত্নী বিনীতাক। সেই উদ্দেশ্যৰে পত্নী শুই থকা বিচনাৰ
হতাশা এতিয়া সমাজৰ এক সোঁচৰা ব্যাধিৰ দৰে হৈ পৰিছে। নৱ প্ৰজন্মৰ বহুতেই এতিয়া হতাশাৰ চিকাৰ হৈছে। ঘৰ খনৰ মূল মানুহ জনো কেতিয়া হতাশাৰ চিকাৰ হৈ পৰাৰ ফলত ঘৰত নানান বেমেজালিয়ে দেখা দিব পাৰে। হতাশাই কাৰোবাৰ স্বামী, পত্নীকে ধৰি যিকোনো লোককে প্ৰভাৱান্বিত কৰিব পাৰে। ঘৰ এখনত স্বামীৰ হতাশাৰ লক্ষণবোৰ চিনাক্ত কৰাটো
বয়সৰ লগে লগে খাদ্যৰ বিষয়তো সচেতন হ’ব লাগিব৷ ৩০ বছৰ অতিক্ৰম কৰাৰ পিছত শৰীৰটোক ভৱিষ্যতৰ দিনলৈ সুস্থ কৰি ৰাখিবলৈ কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে৷ বহুতে ডেকা বয়সত নকৰি বৃদ্ধ বয়সতহে স্বাস্থ্য সচেতন হোৱা দেখা যায়। বৃদ্ধ বয়সত নিয়ম-নীতিৰে আহাৰ গ্ৰহণ কৰিলে যিমান ভাল ফল পোৱা যায় তাতোকৈ অধিক ভাল ফল
ভুল জীৱনশৈলীৰ আৰু দুৰ্বল খাদ্যাভ্যাসৰ বাবে বিগত কিছু বছৰ ধৰি হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। WHOৰ তথ্য অনুসৰি হৃদৰোগ হৈছে এক মাৰাত্মক ৰোগ। ইয়াৰ আটাইতকৈ গুৰুতৰ কথাটো হ’ল-বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ আশংকা বৃদ্ধি পায়। দৰাচলতে জীৱনশৈলী আৰু খাদ্যাভ্যাসেই হৃদৰোগৰ প্ৰধান কাৰণ বুলিব পাৰি, তথাপিও এক অধ্যয়নত দাবী কৰা হৈছে