ডায়েবেটিচ, উচ্চ ৰক্তচাপ, থাইৰয়ড, কৌষ্ঠকাঠিন, আদি ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ এই নিয়মসমূহ মানি চলক

ডায়েবেটিচ, উচ্চ ৰক্তচাপ, থাইৰয়ড, কৌষ্ঠকাঠিন, আদি ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ এই নিয়মসমূহ মানি চলক

ৰাতিপুৱা শুই উঠি বাহী মুখত প্ৰথমে পানী খোৱাৰ দৰকাৰ । ৰাতিপুৱা খোৱা পানীয়ে গোটেই শৰীৰটো পৰিষ্কাৰ কৰি আমাক ভিতৰৰ পৰা চাফা কৰি তোলে । যিদৰে ঘৰটো আমি ৰাতিপুৱা পানীৰে ধুই মচি চাফা কৰো , ঠিক সেইদৰে শৰীৰৰ ভিতৰটোও পানীৰে চাফা কৰাৰ দৰকাৰ । ( Assamese Health Tips ) নিয়মীয়াকৈ ৰাতিপুৱা

বাস্তু শাস্ত্ৰ অনুসাৰে ঘৰত এইসমূহ থাকিলে মা লক্ষ্মী প্ৰসন্ন হয়

বাস্তু শাস্ত্ৰ অনুসাৰে ঘৰত এইসমূহ থাকিলে মা লক্ষ্মী প্ৰসন্ন হয়

বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰত থকা বাস্তু দোষৰ বাবে-ব্যক্তিৰ উন্নতিৰ পথত বাধা অহাৰ লগতে-আৰ্থিক সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়। ( Assamese Fact ) প্ৰতিজন লোকে এয়া বিচাৰে যে-তেওঁ বহুত ধনী হয়,আৰু যেন তেওঁৰ কোনো অভাৱ নহয়।এই সপোনক পূৰ্ণ কৰিবলে-ব্যক্তিয়ে বহু কষ্ট কৰে।এটি সুন্দৰ জীৱন অতিবাহিত কৰিবলৈ পইচা এনেদৰে ৰাহি কৰে যে-নিজৰ শৰীৰটোলৈ নাচায়।প্ৰতিজন

শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে ভক্তৰ সকলো সংকট দূৰ হয়

শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে ভক্তৰ সকলো সংকট দূৰ হয়

হিন্দু ধৰ্মত বুধবাৰৰ দিনটো-ভগৱান শ্ৰী গণেশক সমৰ্পিত।ভগৱান শ্ৰী গণেশক বিঘ্নিহৰ্তা কোৱা হয়।ভগৱনা শ্ৰী গণেশ স্বয়ং ৰিদ্ধি-সিদ্ধিৰ দাতা আৰু শুভ লাভৰ প্ৰদাতা হয়। ( Religious Studies )   মান্যতা অনুসাৰে শ্ৰদ্ধাপূৰ্ৱক ভগৱান গণেশৰ পূজা আৰু ব্ৰত কৰিলে-ভক্তৰ সকলো সংকট দূৰ হয় আৰু সকলো মনোকামনা পূৰ্ণ হয়।কোৱা হয় কোনো লোক-কোনো ৰোগ,দৰিদ্ৰতা বা

শোৱাৰ সময়ত তুলীৰ তলত নেমু ৰাখিলে পোৱা যায় এইবোৰ উপকাৰ

শোৱাৰ সময়ত তুলীৰ তলত নেমু ৰাখিলে পোৱা যায় এইবোৰ উপকাৰ

নেমু যে স্বাস্থ্যৰ বাবে উপকাৰী সেয়া সকলোৱে জানে৷ ইয়াৰ ৰসত প্ৰচুৰ পৰিমাণে থাকে পুষ্টিকৰ উপাদান আৰু ভিটামিন৷ তদুপৰি নেমু ফাইবাৰ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, ফলিক এছিড আৰু বিটাকেৰোটিনৰ দুৰ্দান্ত উৎস৷ নিশা শোৱাৰ সময়ত বিছনাৰ তুলীৰ তলত কটা নেমু ৰাখিলে উপকাৰ পোৱা যায়৷ শুনিবলৈ আচহুৱা যেন লাগিলেও গৱেষকসকলৰ মতেও কটা নেমু শোৱাৰ

যোগাসনৰ জৰিয়তেও চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি

যোগাসনৰ জৰিয়তেও চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি

যোগাসনৰ অভ্যাসে মানুহৰ দেহ-মন সুস্থ কৰি ৰাখে৷ কিন্তু যোগাসনৰ জৰিয়তেও যে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় সেয়া বহুতেই নাজানে৷ সাস্তাংগাসন আৰু শীৰ্ষাসন নামৰ আসনদুবিধে চুলি সৰা বন্ধ কৰে৷ তদুপৰি এই দুবিধ আসনে থাইৰয়েড আৰু পেৰাথাইৰয়েড গ্ৰন্থিসমূহত তেজৰ সৰবৰাহ বৃদ্ধি কৰে৷ তদুপৰি এই আসনবিধে হৰমনৰ নিঃসৰণ নিয়ন্ত্ৰণ কৰে৷