ৰহাৰ বালিপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড। সুৰাৰ আড্ডাত বন্ধুৰ প্ৰহাৰত মৃত্যু আন এজন বন্ধুৰ। নিহত লোকজনৰ নাম ৰামু বৰদলৈ(৪০)। অভিযুক্ত হত্যাকাৰীৰ নাম সঞ্জয় বৰদলৈ(৩৫)। ঘটনাটো সংঘটিত হয় দেওবাৰে সন্ধিয়া। অভিযোগ মতে দেওবাৰে ৰহাৰ বালিপাৰাত সুৰাপান কৰি থকা অৱস্থাত দুই বন্ধুৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ। পিচত সেই কাজিয়াই মাৰ-পিটৰ ৰূপ লয় আৰু সঞ্জয়ৰ
ম্যানমাৰৰ আলফাৰ শিবিৰত দুগৰাকীকৈ শীৰ্ষ পৰ্যায়ৰ নেতাক সংগঠনটোৱে মৃত্যুদণ্ড দিয়াৰ বাতৰি । শীৰ্ষ নেতা লাচিত হাজৰিকাৰ লগতে তিনিচুকীয়াৰ বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া নামৰ এগৰাকী সদস্যকো মৃত্যুদণ্ড । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰতিক্ৰিয়া ৷ আকৌ কুটুমৰ তেজেৰে ৰাঙলী হ’ল ম্যানমাৰৰ আলফাৰ শিবিৰ ৷ ম্যানমাৰৰ অৰণ্যৰ পৰা আকৌ
আলফা স্বাধীনৰ সদস্য নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমৰ মৃত্যুৰ খবৰে শোকাকুল কৰি তুলিছে তিনিচুকীয়া জিলা চাংমাই গাঁওস্থিত বাসগৃহ । বৰ্তমানলৈ আলফা (স্বাঃ) তৰফৰ পৰা নয়নমণিৰ মৃত্যুৰ কোনো তথ্য পৰিয়ালৰ লোকক জনোৱা হোৱা নাই ৷ মঙলবাৰে পুৱা সংবাদ মাধ্যমৰ জৰিয়তেহে নয়নমণিৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে ৷ ইয়াৰ পাচতেই কান্দোনত
মুখ্যমন্ত্ৰীৰ দম আছে যদি মিঞাৰ ভোট নিবিচৰাকৈ ইলেকচন জিকি দেখুৱাওক :শিখা শৰ্মা
গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বহিঃৰাজ্যৰ এজন যুৱক হানী ট্ৰেপিঙৰ বলি হৈ মহানগৰীৰৰ এটা এপাৰ্টমেণ্টৰ কোঠাত বন্দী হৈ থকা বুলি ওলোৱা ঘটনাই পৰৱৰ্তী সময়ত ল’লে নতুন মোৰ। আৰু তাৰ পাছতে সৃষ্টি হৈছে এটা নতুন প্ৰশ্নৰ, এয়া হানী ট্ৰেপিঙৰ ঘটনা নে সপোনৰ ঘৰ ভগাৰ যন্ত্ৰণাত প্ৰেমাস্পদক বান্ধি ৰখাৰ ব্যৰ্থ প্ৰয়াস!