যোগাসনৰ জৰিয়তেও চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি

যোগাসনৰ জৰিয়তেও চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি

যোগাসনৰ অভ্যাসে মানুহৰ দেহ-মন সুস্থ কৰি ৰাখে৷ কিন্তু যোগাসনৰ জৰিয়তেও যে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় সেয়া বহুতেই নাজানে৷ সাস্তাংগাসন আৰু শীৰ্ষাসন নামৰ আসনদুবিধে চুলি সৰা বন্ধ কৰে৷ তদুপৰি এই দুবিধ আসনে থাইৰয়েড আৰু পেৰাথাইৰয়েড গ্ৰন্থিসমূহত তেজৰ সৰবৰাহ বৃদ্ধি কৰে৷ তদুপৰি এই আসনবিধে হৰমনৰ নিঃসৰণ নিয়ন্ত্ৰণ কৰে৷

হাতৰ এইবোৰ লক্ষণে হৃদৰোগৰ আগজাননী দিয়ে

হাতৰ এইবোৰ লক্ষণে হৃদৰোগৰ আগজাননী দিয়ে

সাম্প্ৰতিক সময়ত যিকোনো বয়সৰ লোক হৃদৰোগৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়৷ ব্যস্ত জীৱনযাত্ৰাত অনিয়মীয়া খাদ্যাভাস, টোপনিৰ অভাৱ, মানসিক অৱসাদ তথা কামৰ হেঁচাৰ বাবে বিভিন্নজন লোক হৃদৰোগত আক্ৰান্ত হয়৷ হৃদৰোগত আক্ৰান্ত হ’লে সাধাৰণতে শ্বাসকষ্ট, অত্যধিক ঘাম ওলোৱা অথবা বুকুত বিষ অনুভৱ হয়৷ বিশেষকৈ যিসকলে ইতিমধ্যে উচ্ছ ৰক্তচাপ, ডায়েবেটিছ নাইবা কলেষ্টেৰ’লৰ সমস্যাত

এইবোৰ লক্ষণে দেখা দিলে ফেটি লিভাৰ হ’ব পাৰে

এইবোৰ লক্ষণে দেখা দিলে ফেটি লিভাৰ হ’ব পাৰে

শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগ হৈছে যকৃত অৰ্থাৎ লিভাৰ৷ লিভাৰ চৰ্বিযুক্ত হ’লে চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ফেটি লিভাৰ বুলি কোৱা হয়৷ বহুতে ফেটি লিভাৰৰ সমস্যাক সাধাৰণ সমস্যা বুলি ধৰি লয়৷ কিন্তু এই ধাৰণা ভুল৷ কিয়নো ফেটি লিভাৰ হোৱাৰ লগে লগে শৰীৰত বিভিন্নধৰণৰ সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ ফেটি লিভাৰৰ পৰা লিভাৰ

বুকু ধৰফৰাইছে? সাৱধান হওক

বুকু ধৰফৰাইছে? সাৱধান হওক

কেতিয়াবা হঠাৎ বুকু ধৰফৰাই উঠিব পাৰে৷ এইদৰে দ্ৰত হৃদস্পন্দন কেতিয়াবা কাচিৎ অনুভৱ হ’লে কোনো চিন্তাৰ কাৰণ নাই৷ কিন্তু এইদৰে সঘনাই যদি বুকত ধৰফৰণি অনুভৱ হয় তেতিয়া কোনো ৰোগৰ লক্ষ্যণ হ’ব পাৰে৷ তেতিয়া জৰুৰীভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন৷ মানৱ শৰীৰৰ প্ৰতিটো হৃদস্পন্দন অত্যন্ত ছন্দবদ্ধ৷ বিশেষজ্ঞৰ মতে এজন পূৰ্ণ বয়স্কৰ মানুহৰ ক্ষেত্ৰত

ফোনত ৰিচাৰ্জ নাথাকিলেও ক’ল কৰিব পৰা যায় এই উপায়েৰে

ফোনত ৰিচাৰ্জ নাথাকিলেও ক’ল কৰিব পৰা যায় এই উপায়েৰে

ফোনটো সক্ৰিয় কৰি ৰাখিবলৈ আটাইতকৈ জৰুৰী, ফোনটোক এটা নিৰ্দিষ্ট পেকত ৰিচাৰ্জ কৰি ৰখাটো৷ সময়মতে ৰিচাৰ্জ নকৰিলে ফোনটোৰ ইনকামিং বা আউটগ’য়িং সকলো পৰিসেৱা বন্ধ হৈ পৰে৷ কিন্তু কেতবোৰ উপায় আছে, যিবোৰ উপায়ৰ সহায়ত ৰিচাৰ্জ বা ডাটা পেক নাথাকিলেও আপুনি ৱাই-ফাই কিম্বা হটস্পটৰ সহায়ত ক’ল কৰিব পাৰিব৷ ইয়াৰ বাবে তলত উল্লেখ কৰা