কৰ্ম ব্যস্ততাই হওক বা আন কোনো কাৰণতেই হওক, সকলোৰে মানসিক চাপ থাকে৷ কিন্তু মানসিক চাপ অত্যধিক হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ অৱশ্যে, কিছুমান খাদ্য খায়ো অত্যধিক মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পৰা যায৷ যেনে– [১] মিঠা আলুঃ মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈছে কোটিছোল নামৰ এবিধ হৰমনৰ ক্ষৰণ৷ মিঠা আলু
আজি কালি প্ৰতিজন ব্যক্তিয়েই কম-বেছি পৰিমাণে ৰক্তচাপৰ সমস্যাত ভোগে৷ উচ্ছ ৰক্তচাপৰ সমস্যা এতিয়া একপ্ৰকাৰ পৰিচিত ৰোগ৷ এই সমস্যা প্ৰায় প্ৰতিটো পৰিয়ালতেই দেখা যায়৷ পৰিচিত সমস্যা হোৱাৰ বাবে উচ্ছ ৰক্তচাপৰ প্ৰতি মানুহৰ এতিয়া ভয় কমিছে৷ ইপিনে ষ্ট্ৰোক বা হাৰ্টএটেকৰ নিচিনা সমস্যাৰসৃষ্টি হয় উচ্ছ ৰক্তচাপৰ বাবেই৷ উচ্ছ ৰক্তচাপ হৈছে সকলো ৰোগৰ বাবে
যোৱা ২০ ছেপ্টেম্বৰত নিৰুদ্দেশ হৈছিল ৰীমা। দুটা সন্তানৰ মাতৃগৰাকী সন্ধানহীন হোৱা বুলি থানাত এজাহাৰ দাখিল কৰিছিল স্বামী ৰাকেশে। পত্নী নোহোৱা হোৱাৰ খবৰ শহুৰেকৰ ঘৰতো জনাইছিল ৰাকেশে। সেই খবৰ পোৱা মাত্ৰকে ৩০ বছৰীয়া ৰীমাক বিচাৰি হাহাকাৰ লগালে পৰিয়ালৰ লগতে আৰক্ষীয়ে। দুদিনমান বিচৰাৰ পাছত ক্ৰমে শিথিল হৈ আহিল আৰক্ষীৰ অভিযান। বিপৰীতে তৎপৰতা
গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বহিঃৰাজ্যৰ এজন যুৱক হানী ট্ৰেপিঙৰ বলি হৈ মহানগৰীৰৰ এটা এপাৰ্টমেণ্টৰ কোঠাত বন্দী হৈ থকা বুলি ওলোৱা ঘটনাই পৰৱৰ্তী সময়ত ল’লে নতুন মোৰ। আৰু তাৰ পাছতে সৃষ্টি হৈছে এটা নতুন প্ৰশ্নৰ, এয়া হানী ট্ৰেপিঙৰ ঘটনা নে সপোনৰ ঘৰ ভগাৰ যন্ত্ৰণাত প্ৰেমাস্পদক বান্ধি ৰখাৰ ব্যৰ্থ প্ৰয়াস!
কিছুমান দম্পতীয়ে যৌন সম্পৰ্কৰ প্ৰথম প্ৰয়াসতে গৰ্ভৱতী হয়, আনহাতে কিছুমানে ইয়াৰ বাবে অলপ অপেক্ষা কৰিবলগীয়া হয়, কিন্তু আপুনি জানেনে যে ইয়াৰ আঁৰতো বিজ্ঞানে কাম কৰে, তাৰ পিছত দম্পতী গৰ্ভৱতী হয়। এই কথা পোহৰলৈ আহিছে এক নতুন অধ্যয়নত। এক গৱেষণাৰ মতে, গৰ্ভাৱস্থাৰ ইতিবাচক ফলাফল পাবলৈ দম্পতীয়ে আৰম্ভণিৰে পৰা কমেও ৭৮ বাৰ