১০ বছৰলৈ বিজেপিক নালাগে চৰৰ সংখ্যালঘুৰ ভোট…

১০ বছৰলৈ বিজেপিক নালাগে চৰৰ সংখ্যালঘুৰ ভোট…

‘লোকসভা’ৰ পূর্বে ড০ শর্মাৰ ঘোষণা   পৰিয়াল পৰিকল্পনা, বাল্যবিবাহ বন্ধ, কট্টৰতা পৰিহাৰৰ পিছতহে বিচাৰিব ভোট   অহা ১০ বছৰলৈ চৰ অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ভোট নালাগে বিজেপিক৷ এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰাঞ্চলত বিজেপিয়ে জনকল্যাণমূলক কাম কৰিব৷

৩০০ ইউনিটলৈ বৃদ্ধি হোৱা নাই বিদ্যুৎ মাচুল: মুখ্যমন্ত্রী

৩০০ ইউনিটলৈ বৃদ্ধি হোৱা নাই বিদ্যুৎ মাচুল: মুখ্যমন্ত্রী

অসমত ৩০০ ইউনিটলৈ ঘৰুৱা বিদ্যুৎ গ্রাহকৰ ক্ষেত্রত কোনো বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই৷ এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিদ্যুৎ মাচুল সম্পর্কত ভুলকৈ বাতৰি প্রকাশ পাইছে৷ ৩০০ ইউনিটলৈ কোনো বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা নাই৷ ৩০০–৫০০ ইউনিটলৈ বিদ্যুতৰ

গুৱাহাটীলৈ অনা হৈছে মণিপুৰৰ শিক্ষাৰ্থী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক..

গুৱাহাটীলৈ অনা হৈছে মণিপুৰৰ শিক্ষাৰ্থী হত্যাকাণ্ডৰে জড়িত অভিযুক্তক..

চেণ্ট্ৰেল ইনভেষ্টিগেচন ব্যুৰ চমুকৈ CBIয়ে দেওবাৰে মণিপুৰৰ দুই শিক্ষাৰ্থী হত্যকাণ্ডৰে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ পাহাৰীয়া জিলা চূড়াচান্দপুৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে দুগৰাকী মহিলাসহ ৪ অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্তকেইটা পাওমিনলুন হাওকিপ, মালছাৱন হাওকিপ, লিংনেইচং বাইটে আৰু টিননেইখল বুলি চিনাক্ত কৰা হৈছে। আটাইকে CBIৰ দলে মণিপুৰ আৰক্ষীৰ সহায়ত

ৰোমাঞ্চকৰ ফলাফল, তৃতীয় স্থানত থাকিও ৰূপৰ পদক লাভ জ্যোতি য়াৰাজীৰ

ৰোমাঞ্চকৰ ফলাফল, তৃতীয় স্থানত থাকিও ৰূপৰ পদক লাভ জ্যোতি য়াৰাজীৰ

এছিয়ান গেমছত আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে লাভ কৰিলে ৰূপৰ পদক । ভাৰতীয় ৰেচাৰ জ্যোতি য়াৰাজীয়ে লাভ কৰিলে ৰূপৰ পদক । প্ৰতিযোগিতাটোত প্ৰথমে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল । তাৰ পাছত দৌৰিবলৈ অনুমতি দিয়া হয় আৰু অৱশেষত তেওঁ তৃতীয় স্থান লাভ কৰে । এছিয়ান গেমছত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছ দৌৰৰ সময়ত