বলীউডত এক বিশেষ স্থান অৰ্জন কৰিছে কানাডাৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে। তেওঁৰ নৃত্যক লৈ মানুহ পাগল হৈ পৰিছে। সৌন্দৰ্য, প্ৰতিভা আৰু নৃত্যৰ দক্ষতাৰে বলীউডত নিজৰ বিশেষ স্থান দখল কৰিছে। পিছে, মাত্ৰ ৫ হাজাৰ টকা লৈ পলাই আহিছিল মুম্বাইলৈ, কাম নাপাই কান্দিবলগীয়া হৈছিল বহুদিন, সেই নোৰা আজি ছুপাৰ ছেনজেশ্যন। হিন্দীৰ উপৰিও নোৰাই
পছন্দৰ কথাটো সকলোৰে নিজা নিজা কথা। নাৰীয়ে যিবোৰ কথা ভালপায় পুৰুষে নাপাবও পাৰে, আনহাতে নাৰীৰ ক্ষেত্ৰতো ওলোটা কথাটো হ’ব পাৰে৷ চাণক্য প্ৰাচীন ভাৰতৰ এজন মহান পণ্ডিত, অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু দাৰ্শনিক আছিল। তেওঁৰ পৰামৰ্শবোৰ আজিও আমাৰ জীৱনত সমানে প্ৰাসংগিক হৈ আছে । চাণক্যই পুৰুষ আৰু মহিলাৰ মাজৰ সম্পৰ্কৰ বিষয়েও যথেষ্ট পৰামৰ্শ
চৰকাৰী চাকৰি লাভ কৰি ভাৰাঘৰত আছিল পত্নী, হঠাৎ উপস্থিত হয় স্বামী !
নিউজ ব্যুৰ’,নগাঁও,২৮ছেপ্টেম্বৰ :—নগাঁও জিলাৰ আমনি-শালনা সংযোগী পথটোৰ লগতে চামগুৰি-উদমাৰী সংযোগী পথটোও আজি বহু বছৰ ধৰি বিধস্ত হৈ পৰাৰ পাছতো গড়কাপ্তানি বিভাগে পুনৰ নিৰ্মাণ নকৰাত ৰাইজে জলাকলা খাব লগাত পৰিছে ৷ উল্লেখ্য যে লোক নিৰ্মাণ বিভাগৰ অধীনৰ আমনি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শালনা সংযোগী পথটোৰ লগতে চামগুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ বন বিভাগৰ ২ বিষয়া-কৰ্মী। দুৰ্নীতি নিবাৰকৰ জালত ফৰেষ্টাৰ জিয়াউৰ ইছলাম, শ্বাহবাজ চুলতান। ধুবুৰীৰ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ত চলিছিল অভিযান।