মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ

চন্দ্ৰযান-৩ ৰ সৈতে যোগাযোদ স্থাপনৰ চেষ্টা চলাই আছে ইছৰোৰ দলে। লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ কলকব্জাসমূহ ভালে আছেনে সেই বিষয়ে সন্দেহ আছে বুলিও জনাইছে ইছৰোৰ দলে। কাৰণ চন্দ্ৰত আন্ধাৰ নামৰ পাছত শুই পৰিছিল বিক্ৰম আৰু প্ৰজ্ঞান। ইছৰোৰ বিজ্ঞানীৰ দলে একাধিকবাৰ এলাৰ্ম বজাইয়ো জগাই তুলিব পৰা নাই প্ৰজ্ঞানক। দক্ষিণ মেৰুৰ অতিপাত

নলবাৰীৰ এডিচি ডাঃ বেদাংগ তালুকদাৰৰ আকস্মিক মৃত্যু

নলবাৰীৰ এডিচি ডাঃ বেদাংগ তালুকদাৰৰ আকস্মিক মৃত্যু

অসমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, সম্প্ৰতি নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা ডাঃ বেদাংগ তালুকদাৰ (Dr Bedanga Talukdar) ৰ আকস্মিক দেহাৱসান। মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৪৬ বছৰ। জানিব পৰা মতে, তেওঁ বিগত কিছুদিন ধৰি যকৃতৰ ৰােগত ভুগি আছিল। সােমবাৰে নতুন দিল্লীত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

পাঠশালাত উন্মুক্ত নলাত পৰি মৃত্যু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ

পাঠশালাত উন্মুক্ত নলাত পৰি মৃত্যু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ

🔴পাঠশালাত উন্মুক্ত নলাত পৰি মৃত্যু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ🔴চিকিৎসালয়ত মৃত্যু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী ঠাকুৰীয়াৰ🔴উন্মুক্ত নলাৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰিছিল অশ্বিনী ঠাকুৰীয়াক🔴মুমূৰ্ষু অৱস্থাত ভৰ্তি কৰাইছিল পাঠশালা চিভিল হাস্পতালত🔴উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰিছিল বৰপেটাৰ FAAMCHলৈ🔴অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে

এছিয়ান গেমছত ৰাষ্ট্ৰীয় পতাকা আৰু সোণৰ পদকৰ সৈতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসমৰ উমা চেত্ৰী

এছিয়ান গেমছত ৰাষ্ট্ৰীয় পতাকা আৰু সোণৰ পদকৰ সৈতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসমৰ উমা চেত্ৰী

এছিয়ান গেমছত ৰাষ্ট্ৰীয় পতাকা আৰু সোণৰ পদকৰ সৈতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসমৰ উমা চেত্ৰী এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত প্ৰথমবাৰতে স্বৰ্ণপদক অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতৰ ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি গৈ শ্ৰীলংকাই ২০ অভাৰত ৮ উইকেটত ৯৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

কানাডাই ভাৰতত থকা নাগৰিকসকলৰ বাবে শেহতীয়াকৈ আগবঢ়াইছে ভ্ৰমণ পৰামৰ্শ

কানাডাই ভাৰতত থকা নাগৰিকসকলৰ বাবে শেহতীয়াকৈ আগবঢ়াইছে ভ্ৰমণ পৰামৰ্শ

কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু হোৱা ঘটনাই প্ৰভাৱ পেলাইছে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত ৷ কানাডাই ভাৰতত থকা নাগৰিকসকলৰ বাবে শেহতীয়াকৈ আগবঢ়াইছে ভ্ৰমণ পৰামৰ্শ ৷ শেহতীয়া পৰিঘটনাৰ প্ৰেক্ষাপটত “সজাগ হৈ থাকিবলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ” সামাজিক মাধ্যমযোগে আহ্বান জনাইছে দেশখনৰ কৰ্তৃপক্ষই ৷ আনহাতে, বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে