মহাভাৰতত এনেদৰে হৈছিল ভীম আৰু হনুমানৰ দেখা-দেখি

মহাভাৰতত এনেদৰে হৈছিল ভীম আৰু হনুমানৰ দেখা-দেখি

হিন্দু পৌৰাণিক কথা মহাভাৰতত যেতিয়া-পাণ্ডৱসকলৰ ১২বৰ্ষ বনবাস আৰু ১বছৰ অজ্ঞাত বাস পাইছিল,তেতিয়া পাণ্ডৱসকলে বনত বাস কৰিবলৈ ধৰিলে। অৰ্জুনে-দেৱৰাজ ইন্দ্ৰৰ পৰা দিব্য অস্ত্ৰ লাভ কৰিবলৈ-হিমালয়ত তপস্যা কৰিবলৈ গুচি গল।যাতে-অৰ্জুনে,ভীষ্ম, দ্ৰোণাচাৰ্য্য,কৃপাচাৰ্য্য,কৰ্ণ তথা অশ্বত্থামাৰ দৰে আৰু বীৰ যুদ্ধাসলক পৰাস্ত কৰিব পাৰে।এয়া অৰ্জুনৰ বাবে-প্ৰয়োজনীয় আছিল।( Religious Studies ) *আন ৪জন পাণ্ডৱ আৰু দ্ৰৌপদীৰ সেই

জীৱনত উন্নতিৰ বাবে বুধবাৰৰ দিনা কৰা উপায়

জীৱনত উন্নতিৰ বাবে বুধবাৰৰ দিনা কৰা উপায়

*বুধবাৰৰ দিনটো ভগৱান গণপতিৰ ওপৰত সমৰ্পিত হয়।এইদিনা ভগৱান শ্ৰী গণেশৰ আৰাধনা কৰাৰ বিশেষ মহত্ব থাকে।হিন্দু ধৰ্মত কোনো শুভ কাম কৰাৰ আগে-প্ৰথমে শ্ৰী গণেশৰ পূজা কৰা হয়। ( Religious Studies ) ভগৱান শ্ৰী গণেশক বিঘ্নিহৰ্তা কোৱা হয়।এনে মনা হয় যে-শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰিলে সকলো সংকট দূৰ হয়।কোৱা হয় যে-বুধবাৰৰ দিনা ভগৱান শ্ৰী গণেশৰ

নগাঁৱৰ নতুন বজাৰত ডকাইতিৰ ঘটনা…

নগাঁৱৰ নতুন বজাৰত ডকাইতিৰ ঘটনা…

নগাঁৱৰ নতুন বজাৰত ডকাইতিৰ ঘটনা। মহাবীৰ প্ৰসাদ পোদ্দাৰ নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত ডকাইতি। ১৫লাখ টকাৰ সোণ-হীৰাৰ গহণা আৰু নগদ ২লাখ টকা লুটিলে ডকাইতে। গৃহস্থক অচেনত কৰি ডকাইতি। ঘটনাস্থলীত উপস্থিত নগাঁৱৰ ASP(Crime) পাৰ্থপ্ৰতিম শইকীয়া।

দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

বৈদিক জ্যোতিষত ৰাহুক মায়াবী বা ছায়া গ্ৰহ বুলি কোৱা হয়। শনিৰ পাছত এই গ্ৰহে ৰাশি পৰিবৰ্তন কৰোতে বহু সময় লয়। আকৌ নৱগ্ৰহৰ মাজত ৰাহু আৰু কেতু সকলোসময়তে বক্ৰী গতিত থাকে। অক্টোবৰ মাহৰ শেষৰভাগত মীন ৰাশিত ৰাহুৱে প্ৰৱেশ কৰিব। বৰ্তমান মেষ ৰাশিত বৃহস্পতিৰ সৈতে যুঁটি বান্ধি গুৰুচণ্ডাল যোগ তৈয়াৰ কৰি আছে

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ

চন্দ্ৰযান-৩ ৰ সৈতে যোগাযোদ স্থাপনৰ চেষ্টা চলাই আছে ইছৰোৰ দলে। লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ কলকব্জাসমূহ ভালে আছেনে সেই বিষয়ে সন্দেহ আছে বুলিও জনাইছে ইছৰোৰ দলে। কাৰণ চন্দ্ৰত আন্ধাৰ নামৰ পাছত শুই পৰিছিল বিক্ৰম আৰু প্ৰজ্ঞান। ইছৰোৰ বিজ্ঞানীৰ দলে একাধিকবাৰ এলাৰ্ম বজাইয়ো জগাই তুলিব পৰা নাই প্ৰজ্ঞানক। দক্ষিণ মেৰুৰ অতিপাত