Advertisement

এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল

এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল

এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল।

আজি গুৱাহাটী পৌৰ নিগমে ছীল কৰি দিয়ে হোটেলখন।

প্ৰতিদিনেই গ্ৰাহকেৰে ঠাহ খাই থকা হোটেলখন আজি পৌৰ নিগমৰ দল উপস্থতি হৈ ছীল কৰে।

Shahnawaz Hamza

Related