এছিয়ান গেমছত ভাৰতৰ আন এক স্বৰ্ণ জয়। শ্বুটিঙত সোণৰ পদক অৰ্জন ভাৰতীয় মহিলা টীমৰ। ২৫ মিটাৰ পিষ্টল টীম ইভেণ্টত এই স্বৰ্ণ জয়। দলটোত আছে মানু ভাকেৰ, ৰিদম চাংৱান, ঈশা সিং। উল্লেখ্য এই পৰ্যন্ত এছিয়ান গেমছত লাভ কৰা সফলতা অনুসৰি ষষ্ঠ স্থানত আছে ভাৰত।
ডিজিটেল ডেস্কঃ পুনৰ আহিব পাৰে ক’ভিড! চীনৰ অন্যতম পৰিচিত ভাইৰ’লজিষ্ট শ্বি ঝেংলি, যাক “বেটউমেন” বুলিও জনা যায়, তেওঁ সকীয়াই দিছে যে ভৱিষ্যতে আন এটা ক’ৰনা ভাইৰাছৰ আবিৰ্ভাৱৰ সম্ভাৱনা আছে। শেহতীয়াকৈ সহকৰ্মীসকলৰ সৈতে লিখা এখন গৱেষণা পত্ৰত শ্বিয়ে সকীয়াই দিছিল যে Covid-19 ৰ দৰে আন এটা ৰোগৰ বাবে বিশ্ব সাজু হ’ব
পুৱতি নিশাৰে পৰা ডিউটি। ঘৰত খোৱা বোৱাৰ কথাই নাহে। কাহিলি পুৱাতে পোচাকযোৰ পিন্ধি ওলাই আহিছিল তেওঁ। বেলি লাহে লাহে মূৰৰ ওপৰত উঠিছে। তেতিয়াও পেটত খুদকণ এটা পৰা নাই। ভোকত পেটে কলমলাই উঠিছে। এসময়ত আহি পালে ওচৰৰ হোটেলৰ পৰাই ব্যৱস্থা কৰা পুৱাৰ আহাৰৰ টোপোলাটো। কৰ্তব্যত নিয়োজিত হৈ থকা সকলোৱে একোটাকৈ আহাৰৰ
আলৈ-আথানি হৈছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। নিজকে অসমৰ ৰাজনীতিৰ কিংমেকাৰ ৰূপে ঘোষণা কৰা বদৰুদ্দিন আজমলে এতিয়া ইকুলো পোৱা নাই আৰু সিকুলো নাপাই হাহাকাৰত পৰিছে। লোকসভাৰ নিৰ্বাচনৰ আহমুহূৰ্তত কাৰ কোলাত বহিব কাৰ বোকোচাত উঠিব তাকে ভাবি একো উৱাদিহ পোৱা নাই বদৰুদ্দিন আজমলে। ভূপেন বৰাক ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ নাম লৈ হেঁচা
বুধবাৰৰ দিনা কৰিব লাগে-বুধ গ্ৰহৰ ব্ৰত। অশুভ স্থিতিৰ পৰা পোৱা যাব মুক্তি।( Religious Studies ) *বুধ গ্ৰহৰ পূজা-বুধবাৰে কৰা হয়।এনে কোৱা হয় যে-কুণ্ডলীত বুধ গ্ৰহ অশুভ স্থিতিত থাকিলে-বুধবাৰে গণপতিৰ পূজা কৰিলে বিশেষ লাভ পোৱা যায়। *হিন্দু ধৰ্মত সপ্তাহৰ সাতটা দিন কোনো এজন ভগৱানৰ ওপৰত সমৰ্পিত হয়।সপ্তাহৰ তৃতীয় দিন বুধবাৰ-বুধ গ্ৰহৰ