বৈদিক জ্যোতিষত ৰাহুক মায়াবী বা ছায়া গ্ৰহ বুলি কোৱা হয়। শনিৰ পাছত এই গ্ৰহে ৰাশি পৰিবৰ্তন কৰোতে বহু সময় লয়। আকৌ নৱগ্ৰহৰ মাজত ৰাহু আৰু কেতু সকলোসময়তে বক্ৰী গতিত থাকে। অক্টোবৰ মাহৰ শেষৰভাগত মীন ৰাশিত ৰাহুৱে প্ৰৱেশ কৰিব। বৰ্তমান মেষ ৰাশিত বৃহস্পতিৰ সৈতে যুঁটি বান্ধি গুৰুচণ্ডাল যোগ তৈয়াৰ কৰি আছে
চন্দ্ৰযান-৩ ৰ সৈতে যোগাযোদ স্থাপনৰ চেষ্টা চলাই আছে ইছৰোৰ দলে। লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ কলকব্জাসমূহ ভালে আছেনে সেই বিষয়ে সন্দেহ আছে বুলিও জনাইছে ইছৰোৰ দলে। কাৰণ চন্দ্ৰত আন্ধাৰ নামৰ পাছত শুই পৰিছিল বিক্ৰম আৰু প্ৰজ্ঞান। ইছৰোৰ বিজ্ঞানীৰ দলে একাধিকবাৰ এলাৰ্ম বজাইয়ো জগাই তুলিব পৰা নাই প্ৰজ্ঞানক। দক্ষিণ মেৰুৰ অতিপাত
অসমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, সম্প্ৰতি নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা ডাঃ বেদাংগ তালুকদাৰ (Dr Bedanga Talukdar) ৰ আকস্মিক দেহাৱসান। মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৪৬ বছৰ। জানিব পৰা মতে, তেওঁ বিগত কিছুদিন ধৰি যকৃতৰ ৰােগত ভুগি আছিল। সােমবাৰে নতুন দিল্লীত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।
🔴পাঠশালাত উন্মুক্ত নলাত পৰি মৃত্যু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ🔴চিকিৎসালয়ত মৃত্যু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী ঠাকুৰীয়াৰ🔴উন্মুক্ত নলাৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰিছিল অশ্বিনী ঠাকুৰীয়াক🔴মুমূৰ্ষু অৱস্থাত ভৰ্তি কৰাইছিল পাঠশালা চিভিল হাস্পতালত🔴উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰিছিল বৰপেটাৰ FAAMCHলৈ🔴অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে
এছিয়ান গেমছত ৰাষ্ট্ৰীয় পতাকা আৰু সোণৰ পদকৰ সৈতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসমৰ উমা চেত্ৰী এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত প্ৰথমবাৰতে স্বৰ্ণপদক অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতৰ ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি গৈ শ্ৰীলংকাই ২০ অভাৰত ৮ উইকেটত ৯৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।