গুৱাহাটী ১৬ ছেপ্তেম্বৰ, ২০২৩ : বিজেপি-অগপ আৰু ইউ পি পি এল দলৰ মুখপাত্র তথা শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আজি খানাপাৰাস্থিত বড়োলেণ্ড অতিথিশালাত এখন যৌথ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক সাংসদ পল্লর লোচন দাস, মুখ্য মুখপাত্র মনোজ বৰুৱা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, অগপৰ উপ
গুৱাহাটী ১৬ ছেপ্টেম্বৰ: শেহতীয়াকৈ অ’ টি টি প্লেটফৰ্মত মুক্তিলাভৰ বাবে সেউজ সংকেত লাভ কৰিছে এখন অসমভিত্তিক চলচ্চিত্ৰ ‘কাণ্ডাৰী’য়ে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত সংবাদমাধ্যম আৰু বিশিষ্ট অতিথিসকলৰ উপস্থিতিত চলচ্চিত্ৰখনে মুক্তিলাভ কৰে। অসমীয়া আৰু হিন্দী ভাষাত একেলগে মুক্তি পোৱা কাণ্ডাৰী এতিয়া চিএনডি প্লেত উপলব্ধ। পৰিচালক আৰ কেৰ প্ৰথম পৰিচালনাৰে নিৰ্মিত আৰু গুঞ্জন ভৰদ্বাজ,
মণিপুৰৰ জনগোষ্ঠীয় সংঘাতৰ বিষয়ে সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিৰ মূল্যায়ন কৰিবলৈ এডিটৰচ গিল্ড অৱ ইণ্ডিয়াৰ ৩ জনীয়া দল এটা মণিপুৰলৈ গৈছিল। মণিপুৰৰ পৰিস্থিতি সম্পৰ্কে প্ৰকৃত তথ্য বিচাৰি যোৱা এইদলটোৰ ৩জন সদস্য আৰু এডিটৰচ গিল্ডৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল মণিপুৰ আৰক্ষীয়ে। অভিযোগকাৰীয়ে অভিযোগ কৰিছিল যে, দলটোৱে দাখিল কৰা প্ৰতিবেদনখনত ভুল
চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিশোধ। জম্মু–কাশ্মীৰৰ বাৰামুলাত ভাৰতীয় সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ গুলীত নিহত হ’ল তিনি পাক সন্ত্ৰাসবাদী (Jammu and Kashmir Encounter)। ১৩ ছেপ্টেম্বৰত অনন্তনাগত সন্ত্ৰাসবাদবিৰোধী অভিযানত ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেল, এগৰাকী মেজৰ আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ এগৰাকী ডিএছপি শ্বহীদ হৈছিল। তাৰ পিছতে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰে ভাৰতীয়
Guwahati, 14th September 2023 Guwahati based nonprofit organisation Pedal for Change is organizing North-East Cycling Awards 2023 to recognize and honour Individuals who have done exceptionally well in different aspects of Cycling in North East India and Institutions / Organisations that encourage cycling in Guwahati. This prestigious event, taking place