পূজাৰ পিছতেই বিজেপিৰ “ন-বোৱাৰী” সন্মিলন

পূজাৰ পিছতেই বিজেপিৰ “ন-বোৱাৰী” সন্মিলন

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি একপ্ৰকাৰ সাজু হৈছে বিজেপিৰ মহিলা মৰ্চা। মহিলাসকলক টাৰ্গেট কৰি এইবাৰ নতুন পৰিকল্পনা বিজেপিৰ মহিলা মৰ্চাৰ। টাৰ্গেট হ’ব ন-ভোটাৰ। ঘৰে ঘৰে যাব বিজেপিৰ মহিলা মৰ্চা। টাৰ্গেট হ’ব মহিলা ভোটাৰ। পিছে কেৱল ন-বোৱাৰীহে টাৰ্গেট নেকি বিজেপিৰ মহিলা মৰ্চাৰ (Assam BJP Mahila Morcha)? কি হ’ব ন-বোৱাৰী

মাত্ৰ চাৰিদিনতে ৫০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ ‘জৱান’….

মাত্ৰ চাৰিদিনতে ৫০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ ‘জৱান’….

মুক্তিৰ ৪ দিনৰ ভিতৰতে বক্স অফিচত অভিলেখ ভংগ কৰিছে জৱানে। ৫০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছে ছবিখনে। জৱানক লৈ দৰ্শকৰ মাজত বৃদ্ধি পাইছে উন্মাদনা। সকলোৱে ছবিখনৰ প্ৰশংসা কৰিছে আৰু জৱানে প্ৰতিদিনে বক্স অফিচত নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মুক্তিৰ ৪ দিনৰ ভিতৰতে বক্স অফিচত বহু অভিলেখ কৰিছে জৱানে। এই

কংগ্রেছ-ইউডিএফৰ সদায় মিল আছে : মন্ত্ৰী পীয়ূষ

কংগ্রেছ-ইউডিএফৰ সদায় মিল আছে : মন্ত্ৰী পীয়ূষ

কংগ্রেছ–এআইইউডিএফৰ মিল সদায় আছে৷ কেতিয়াবা দল দুটাই মিত্রতা কৰি মিলি থাকে, কেতিয়াবা মিত্রতা নকৰাকৈ ভিতৰি ভিতৰি মিলি থাকে৷ – এই মন্তব্য মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ মন্ত্রী হাজৰিকাই কয় যে কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা আছেনে নাই ধৰিবই নোৱাৰি৷ যোৱাবাৰ লোকসভা নিবাচনত কংগ্রেছ–এআইইউডিএফৰ মিত্রতা নাছিল৷ কিন্তু এ আই ইউ ডি এফ দলে সেইবাৰ

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল নাৰায়ণপুৰৰ বিশাল

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল নাৰায়ণপুৰৰ বিশাল

সৰুতে পিতৃ মাতৃক হেৰুৱাই নিঠৰুৱা হোৱা ল’ৰাটোৱে এতিয়া গৌৰৱ কঢ়িয়াই আনিছে পৰিয়াল তথা সমগ্ৰ অঞ্চললৈ। একাগ্ৰতা আৰু নিজা প্ৰচেষ্টাত কেৱল মোবাইলৰ সহায়ত শিকি আজি জিলিকিছে তেওঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত নাৰায়ণপুৰৰ এগৰাকী ছাত্ৰই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ নাম বিশাল শইকীয়া। এম চি এ ৰ (মডেল’ছ ক্ৰিয়েটৰ একাডেমী)

গুৱাহাটীত ‘আপ’ৰ কৰ্ম্মী সভা। সন্মুখত নির্বাচন, দলীয় কৰ্মীক কঁকালত টঙালি বন্ধাৰ আহ্বান সভাপতি ভবেন চৌধুৰীৰ…

গুৱাহাটীত ‘আপ’ৰ কৰ্ম্মী সভা। সন্মুখত নির্বাচন, দলীয় কৰ্মীক কঁকালত টঙালি বন্ধাৰ আহ্বান সভাপতি ভবেন চৌধুৰীৰ…

ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে আম আদমি পার্টীয়ে ইতিমধ্যে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ। ৰাজ্যৰ গাওঁ পঞ্চায়ত সমূহ দখলৰ ৰণ কৌশল যুগুত কৰিবলৈ দলটোৱে ব্যাপক সাংগঠনিক তৎপৰতা চলোৱাৰ সময়তে আজি দলটোৰ গণেশগুৰিস্থিত ৰাজ্যিক কার্যালয়ত সভাপতি ভবেন চৌধুৰীৰ উপস্থিতিত এখন কৰ্ম্মী সভা অনুষ্ঠিত হৈ যায়। সভাত দলটোৰ জিলা সদস্যপদ সমন্বয়ক সকলৰ সৈতে