ভগৱান শ্ৰী কৃষ্ণৰ অমৃত বাণী

ভগৱান শ্ৰী কৃষ্ণৰ অমৃত বাণী

বিপদ আৰু সমস্যাৰ পৰা ৰক্ষা পাবলৈ ভাগৱত পোৰাণত বহু বৰ্ণনা আছে।ঈশ্বৰ বিশ্বাসী লোকে বিপদত পৰিলে হতাশ হোৱাৰ কথা নাই।সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত আস্থা আৰু বিশ্বাসেৰে বিপদৰ পৰা মুক্ত হোৱা সম্ভৱ।( Religious Studies )   ভগৱান শ্ৰী কৃষ্ণই কেছিল যে-এনে কোনো লোক নাই যাৰ-জীৱনলৈ বিপদ অহা নাই।জীৱনত সকলোৰে মাজলে এবাৰ হলেও দুখ আহে।কোৱা হয়

অসমৰ ছবি জগতলৈ সুখবৰ কঢ়িয়ালে ব্ৰাছ ষ্ট্ৰ’কে, মুম্বাইৰ একাদশ চিনে চলচ্চিত্ৰ মহোৎসৱত জিলিকিল পাৰ্থজিৎ বৰুৱাৰ ‘ব্ৰাছ ষ্ট্ৰ’ক

অসমৰ ছবি জগতলৈ সুখবৰ কঢ়িয়ালে ব্ৰাছ ষ্ট্ৰ’কে, মুম্বাইৰ একাদশ চিনে চলচ্চিত্ৰ মহোৎসৱত জিলিকিল পাৰ্থজিৎ বৰুৱাৰ ‘ব্ৰাছ ষ্ট্ৰ’ক

অসমৰ ছুটি ছবি জগতৰ বাবে পুনৰ ভাল খবৰ কঢ়িয়াই আনিছে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই। বহু ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটাৰে অসমৰ ছুটি ছবি জগতক সমৃদ্ধ কৰা পাৰ্থজিৎ বৰুৱাৰ ছবি ব্ৰাছ ষ্ট্ৰ’কে লাভ কৰিছে শ্ৰেষ্ঠ চলচিত্ৰৰ বটা। মুম্বাইৰ  ৰেচিডেন্সি হোটেলত  ১০ ছেপ্টেম্বৰ অুনষ্ঠিত হোৱা একাদশ ইণ্ডিয়ান চিনে চলচ্চিত্ৰ মহোৎসৱত  পাৰ্থজিৎ বৰুৱাই

এই ফল খালে কলেষ্টেৰলৰ স্তৰ হ্ৰাস হ’ব ! গৱেষকসকলে কি কয় ?

এই ফল খালে কলেষ্টেৰলৰ স্তৰ হ্ৰাস হ’ব ! গৱেষকসকলে কি কয় ?

উচ্চ কলেষ্টেৰল থকা ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। অস্বাস্থ্যকৰ আৰু এলেহুৱা জীৱনশৈলী আৰু ভুল আহাৰৰ বাবে যুৱ লোকসকলৰ শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি পাইছে। যেতিয়া কলেষ্টেৰল বাঢ়ে, ই তেজৰ ধমনীত জমা হয় আৰু তেজৰ প্ৰবাহ প্ৰভাৱিত কৰে। ইয়াৰ ফলত Heart Attack আৰু ষ্ট্ৰোক হ’ব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণত আপেল খোৱাটো অতি

মোৰ দুখ লগা নাইঃ দুটি সন্তান বিক্ৰী কৰা মাতৃৰ অপকট স্বীকৰোক্তি

মোৰ দুখ লগা নাইঃ দুটি সন্তান বিক্ৰী কৰা মাতৃৰ অপকট স্বীকৰোক্তি

অসমত এতিয়া মুকলিকৈ টকাৰ বিনিময়ত বিক্ৰী হৈছে মানৱ শিশু। ৪০ ৰ পৰা ৬০ হাজাৰ টকাত বিক্ৰী হৈছে ৭মহীয়া দেৱশিশুৰ পৰা ১ বছৰীয়া শিশু। এইবাৰ সভ্য সমাজত লজ্জিত কৰা ঘটনা সংঘটিত হৈছে বিটিআৰৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত । ধনৰ অভাৱত চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শিলিখাগুৰীৰ এহাল নিষ্ঠুৰ দম্পতী হুগম

STF বাহিনীৰ সফল অভিযানঃ ২ড্ৰাগছ সৰবৰাহকাৰী হাতে-লোটে কৰায়ত্ত

STF বাহিনীৰ সফল অভিযানঃ ২ড্ৰাগছ সৰবৰাহকাৰী হাতে-লোটে কৰায়ত্ত

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এছ টি এফৰ সফল অভিযান। সোমবাৰে এছ টি এফৰ এটা দলে মানকাছাৰ থানা এলেকাৰ কুচনিমাৰা নামৰ ঠাইৰ পৰা ২জন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি এক বিশেষ সূত্ৰৰ পম খেদি অসম এছ টি এফৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ ২ ছেপ্তেম্বৰৰ পুৱা গুৱাহাটীৰ