পাৰ্টীলৈ নি প্ৰেমিকাক হত্যা কৰা আজিজ আহমেদ ওৰফে মুন্নাক মাৰাথন জেৰা ডিব্ৰুগড় আৰক্ষীৰ। শনিবাৰে বাৰে বাৰে ফোন কৰি ঘৰৰ পৰা মেহেক শৰ্মাক মতাই অনাৰ পিছত কি হৈছিল? আজিজ আহমেদে ক’লৈ লৈ গৈছিল মেহেক শৰ্মাক। জেৰাত লাহোৱাল বাইপাছত থকা মেল’ ব্ৰিজ ধাবালৈ যোৱাৰ কথা স্বীকাৰ কৰিছে ঘাতক আজিজ আহমেদে। এই স্বীকাৰোক্তিৰ
বহুতৰে বাবে বছৰটোৰ আটাইতকৈ প্ৰতীক্ষিত ছবি খনৰ অৱশেষত মুক্তিৰ দিন ঘোষণা কৰা হ’ল।আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ পুষ্পা ২ ছবিখনে ২০২৪ চনৰ ১৫ আগষ্টত বিশ্বজুৰি বহু ছবিগৃহত মুক্তি পাব। শেহতীয়াকৈ ছবি খনৰ নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি এখন আনুষ্ঠানিক পোষ্টাৰ মুকলি কৰিছে। এই খবৰে এতিয়া ছ’চিয়েল মিডিয়াত এক আলোড়নৰ
এইবাৰ হত্যাৰ বলি হ’ল উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তা। তাকো নিজৰ স্বামীৰ হাততে প্ৰাণ হেৰুৱালে অধিবক্তা পত্নীয়ে। কোটিটকীয়া এটা বাংলো বিক্ৰীক লৈ হোৱা বিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তাক হত্যা কৰা হৈছে বুলি অভিযোগ উঠিছে। স্বামীৰ বিৰুদ্ধে তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযুক্তজনে তেওঁৰ পত্নীৰ মৃতদেহ নয়ডাৰ বাংলোৰ শৌচালয়ত লুকুৱাই
🔴 ৰহস্য ফাদিল। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল মেহেকক। 🔴 নিশাৰ পৰা পুৱতি নিশালৈ ক’ত আছিল হত্যাকাৰী আজিজ? আজিজ আহমেদ আৰু মেহেকে ক’ত পাৰ্টী কৰিছিল?
মহানগৰীৰ জালুকবাৰীত চাঞ্চল্যকৰ ঘটনা। কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ মৃতদেহ। মৃত লোকজন লালচান্দ আলী বুলি জানিব পৰা গৈছে। লালচান্দ আলী পেচাত আছিল এজন ফেৰীৱালা। মৃত লোকজনৰ ঘৰ ধুবুৰীত, কৰ্মসূত্ৰে থাকে জালুকবাৰীত।