কংগ্রেছ-ইউডিএফৰ সদায় মিল আছে : মন্ত্ৰী পীয়ূষ

কংগ্রেছ-ইউডিএফৰ সদায় মিল আছে : মন্ত্ৰী পীয়ূষ

কংগ্রেছ–এআইইউডিএফৰ মিল সদায় আছে৷ কেতিয়াবা দল দুটাই মিত্রতা কৰি মিলি থাকে, কেতিয়াবা মিত্রতা নকৰাকৈ ভিতৰি ভিতৰি মিলি থাকে৷ – এই মন্তব্য মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ মন্ত্রী হাজৰিকাই কয় যে কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা আছেনে নাই ধৰিবই নোৱাৰি৷ যোৱাবাৰ লোকসভা নিবাচনত কংগ্রেছ–এআইইউডিএফৰ মিত্রতা নাছিল৷ কিন্তু এ আই ইউ ডি এফ দলে সেইবাৰ

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল নাৰায়ণপুৰৰ বিশাল

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল নাৰায়ণপুৰৰ বিশাল

সৰুতে পিতৃ মাতৃক হেৰুৱাই নিঠৰুৱা হোৱা ল’ৰাটোৱে এতিয়া গৌৰৱ কঢ়িয়াই আনিছে পৰিয়াল তথা সমগ্ৰ অঞ্চললৈ। একাগ্ৰতা আৰু নিজা প্ৰচেষ্টাত কেৱল মোবাইলৰ সহায়ত শিকি আজি জিলিকিছে তেওঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত নাৰায়ণপুৰৰ এগৰাকী ছাত্ৰই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ নাম বিশাল শইকীয়া। এম চি এ ৰ (মডেল’ছ ক্ৰিয়েটৰ একাডেমী)

গুৱাহাটীত ‘আপ’ৰ কৰ্ম্মী সভা। সন্মুখত নির্বাচন, দলীয় কৰ্মীক কঁকালত টঙালি বন্ধাৰ আহ্বান সভাপতি ভবেন চৌধুৰীৰ…

গুৱাহাটীত ‘আপ’ৰ কৰ্ম্মী সভা। সন্মুখত নির্বাচন, দলীয় কৰ্মীক কঁকালত টঙালি বন্ধাৰ আহ্বান সভাপতি ভবেন চৌধুৰীৰ…

ৰাজ্যৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে আম আদমি পার্টীয়ে ইতিমধ্যে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ। ৰাজ্যৰ গাওঁ পঞ্চায়ত সমূহ দখলৰ ৰণ কৌশল যুগুত কৰিবলৈ দলটোৱে ব্যাপক সাংগঠনিক তৎপৰতা চলোৱাৰ সময়তে আজি দলটোৰ গণেশগুৰিস্থিত ৰাজ্যিক কার্যালয়ত সভাপতি ভবেন চৌধুৰীৰ উপস্থিতিত এখন কৰ্ম্মী সভা অনুষ্ঠিত হৈ যায়। সভাত দলটোৰ জিলা সদস্যপদ সমন্বয়ক সকলৰ সৈতে

তেজপুৰত স্বামী নিৰ্যাতনৰ ঘটনা; পত্নীৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহননৰ সিদ্ধান্ত লোৱা যুৱকক উদ্ধাৰ আৰক্ষীৰ

তেজপুৰত স্বামী নিৰ্যাতনৰ ঘটনা; পত্নীৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহননৰ সিদ্ধান্ত লোৱা যুৱকক উদ্ধাৰ আৰক্ষীৰ

স্বামীক অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতনৰ ঘটনা ৷ পত্নীৰ নিৰ্যাতন সহিব নোৱাৰি স্বামীয়ে সামাজিক মাধ্যমত লিখিলে আত্মহননৰ কথা ৷ ভুক্তভোগী স্বামীৰ কথা জানিব পাৰি আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনক ৷ এই ঘটনা সংঘটিত হৈছে তেজপুৰত ৷ ইয়াকে লৈ চহৰখনত অব্যাহত আছে ব্যাপক চাঞ্চল্য ৷ ঘটনাৰ বিৱৰণী অনুসৰি, যোৰহাটৰ দেৱিন্দৰ সিং মাৰৱাহ নামৰ এজন

বিটিআৰত সমান্তৰাল বিজেপি গঠনৰ তৎপৰতা বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ

বিটিআৰত সমান্তৰাল বিজেপি গঠনৰ তৎপৰতা বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ নেতৃত্বত বিজেপিয়ে অসমত দলক শক্তিশালীকৰণৰ তৎপৰতা অব্যাহত ৰখাৰ মাজতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিটিআৰত আন এক সমান্তৰাল সংগঠন গঢ়ি তোলাৰ তৎপৰতা অব্যাহত ৰাখিছে । ইয়াকে লৈ ৰাজ্যিক বিজেপিত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। বিধানসভাৰ অধ্যক্ষ হিচাপে দলীয় ৰাজনীতিৰ উর্ধ্বত থকাৰ