এইবাৰ ৰাইজৰ জালত পৰিল ধিঙৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী তথা চোৰ লালু । ধিং চহৰৰ মাজমজিয়াত দীৰ্ঘদিন ধৰি লালু নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে চলাই আহিছিল ড্ৰাগছৰ বেহাৰ লগতে চুৰিকাণ্ড । কিন্তু এইবাৰ ৰাইজৰ জালত পৰিল লালু । ধিঙৰ এজন যুৱকৰ পৰা লালুৱে চুৰি কৰিছিল এটা মোবাইল । পাছত যুৱকজনে অনুসন্ধান কৰি গম
মাকুম ছোটা হাপজানৰ ২৫ নং চাহ বাগিচাত হত্যাকাণ্ডৰ ঘটনা । অতি নিৰ্মমভাৱে হত্যা কৰি মুখমণ্ডলত কাপোৰেৰে বান্ধি পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো । এগৰাকী স্থানীয় লোকৰ ভাষ্য অনুসৰি, প্ৰায় ৪২ বছৰ বয়সৰ বীৰেন্দ্ৰ সিঙ নামৰ লোকজন বিহাৰৰ বুলি জানিব পৰা গৈছে । মাকুমৰ বৰ পথাৰৰ চামু গুৱালা নামৰ ব্যক্তিজনৰ
তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্র লাহোৱালত বৰ্তমান লাহোৱাল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে হাতত কোৰ কোঠাৰে নিৰ্মম হত্যা নিজ বাইক ভিনিয়েকক হত্যাকাণ্ড কৰিছে বলোৰাম ভৃঞাই মৃত শুকৰা মুড়া চুনমতি মুঢ়া বুলি জানিব পৰা গৈছে
ডিব্ৰুগড়ৰ বকুল বাইপাছত চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। নিহত যুৱতীগৰাকী খলিহামাৰীৰ মেহেক বুলি চিনাক্ত। সংকটজনক অৱস্থাত AMCHলৈ প্ৰেৰণ মাইজানৰ আজিজ আহমেদ উৰফে মুন্না নামৰ যুৱকজনক। ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
এমবিএ চাইৱালাৰ পাছত এইবাৰ এমবিএ মুৰ্গীৱালাৰ চৰ্চা। বিহাৰৰ গয়া জিলাৰ পৰায়া বজাৰৰ বাসিন্দা কুমাৰ গৌতম বনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ এমবিএ। বৰ্তমান মহমপুৰ মধ্য বিদ্যালয়ত শিক্ষকতা কৰে। তেওঁ শিক্ষকতা কৰাৰ লগতে কড়কনাথ মুৰ্গী আৰু কোৱেল চৰাইৰ ব্যৱসায়ো কৰে।যাৰফলত বছৰি তেওঁ লাখ লাখ টকা আয় কৰি আছে। গৌতমে কয় যে যেতিয়া কড়কনাথত