আমি প্ৰায়ে পৰকীয়া প্ৰেমৰ কিছুমান আচৰিত ঘটনাৰ বিষয়ে পঢ়ো বা শুনো। কিন্তু আজিৰ এই ঘটনাৰ বিষয়ে শুনিলে চকু কপালত উঠিব আপোনাৰো। বিভিন্ন সময়ত পৰকীয়া প্ৰেমৰ ঘটনাই আমাৰ সমাজখনক কুলসিত কৰি তুলা দেখিবলৈ পোৱা যায়। বোৱাৰী পলায়ন কৰা ঘটনা যেন আজিকালি নিত্য নৈমত্তিক ঘটনা হৈ পৰিছে। ক’ৰবাত যদি বোৱাৰী অন্য পুৰুষলৈ
বাক্সা জিলাৰ বৰমাৰ মাধপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই সঞ্জয় কলিতা নামৰ লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। পত্নী চণ্ডিতা কলিতাৰ নিৰ্মম অত্যাচাৰ সহিব নোৱাৰাৰ ফলতে সংঘটিত হয় এই ঘটনা। এই অভিযোগ উত্থাপন কৰিছে মৃত সঞ্জয় কলিতাৰ পিতৃ মাতৃৰ লগতে গাঁওবাসীও। জানিব পৰা মতে, মৃত
নিউজ ব্যুৰ’,নগাঁও,৬ছেপ্টেম্বৰ:–বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাই যেন এতিয়া অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজক। অত্যধিক গৰমত লোড শ্বেডিং আৰু কম ভল্টেজৰ বাবে ৰাইজে ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । উচ্চ নিৰিখত বিদ্যুতৰ বিল আদায় দিয়াৰ পিছতো ৰাইজে পৰ্যাপ্ত পৰিমাণে বিদ্যুৎ যোগান লাভ কৰা নাই । আনহাতে,বহু গ্ৰামাঞ্চলত ট্ৰেণ্সফৰ্মাৰৰ অভাৱত ৰাইজে ভ’ল্টেজৰ সমস্যাত ভূগিছে ।
মাথোঁ কেইদিনমান পূৰ্বে বৈষ্ণোদেৱী মন্দিৰত পূজা দিয়া বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে মঙলবাৰে নিজৰ নতুন ছবি ‘জৱান’ৰ মুক্তিৰ ঠিক পূৰ্বে তিৰুপতি মন্দিৰত পূজা আগবঢ়ায়৷ মঙলবাৰে দক্ষিণ ভাৰতীয় ধুতি আৰু মুণ্ড পৰিধান কৰি কন্যা সুহানাৰ সৈতে তিৰুপতি মন্দিৰত ৪০ মিনিট অতিবাহিত কৰে শ্বাহৰুখ কানে৷ ‘জৱান’ ছবিৰ মুক্তিৰ পূৰ্বে শ্বাহৰুখ খানে ইটোৰ পাছত
নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–পুৰণি পেঞ্চন নীতিৰ মূল দাবীকে ধৰি বিভিন্ন সমস্যা সমাধানৰ প্ৰতিবাদৰে মঙলবাৰৰ পৰা দেশজুৰি আৰম্ভ হোৱা “ভাৰত যাত্ৰা” নামৰ প্ৰতিবাদী কাৰ্যসূচীৰ দলটিক গুৱাহাটীৰ পৰা নগাঁও জিলাৰ বেবেজীয়াত উপস্থিত হোৱাত বিপুলভাৱে আদৰণি জনোৱা হয় । এই উপলক্ষে টোকোলাই বেবেজীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত সন্ধিয়া এক আদৰণি সভা অনুষ্ঠিত হয় । নগাঁও মহকুমা