সুন্দৰীৰ ভিডিঅ’ কলিঙৰ জালত শিৱসাগৰৰ যুৱক

সুন্দৰীৰ ভিডিঅ’ কলিঙৰ জালত শিৱসাগৰৰ যুৱক

  শিৱসাগৰত সম্প্ৰতি ভয়ংকৰ ৰূপত শিপাবলৈ ধৰিছে চাইবাৰ অপৰাধীয়ে ৷ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ ৰূধিবলৈ ন ন প্ৰতিৰোধমুলক প্ৰযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ মাজতেই শিৱসাগৰত সুন্দৰী যুৱতীৰ বেশেৰে পেলোৱা জালত জিলাখনৰ শ শ যুৱক সৰ্বস্ৰান্ত হোৱাৰ বিস্ফোৰক খবৰে এতিয়া তোলপাৰ লগাইছে জিলাখনত৷ আন নালাগে পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ উঠিছে যে, মুখ

কাকপথাৰত ট্রাকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন

কাকপথাৰত ট্রাকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন

মঙলবাৰে নিশা কাকপথাৰ বৰডিৰাকত ট্ৰাক আৰু টাটা মেজিকৰ খুন্দাত নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি লৈ গ’ল ৭ গৰাকীকৈ লোকক। আহত হ’ল ১২ গৰাকী লোক। নিহতসকল ক্ৰমে, পবেন মৰাণ (ড্ৰাইভাৰ), মিহিধৰ নেওগ, কুলাই মেছ, যাদৱ টাই, বিনিতা(বিলি) বৰুৱা, ৰিণা গগৈ, পল্লৱী দহোতীয়া ৰাভা। আহতসকল ক্ৰমে, অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোনালী মৰাণ, বিকাশ

শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে প্ৰধান শিক্ষকে

শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে প্ৰধান শিক্ষকে

শিক্ষক আৰু শিক্ষাৰ্থীৰ পবিত্ৰ বন্ধনক কালিমা সানিলে লম্পট প্ৰধান শিক্ষকে ৷ নিজ বিদ্যালয়ৰে কণমানি ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ৰঙিয়াৰ চিকনিবাৰী ঘোগাপাৰ এল পি স্কুলৰ প্ৰধান শিক্ষক দয়াল চৰকাৰ ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, বিদ্যালয় চুটিৰ পিছত বিদ্যালয় চাফা কৰাৰ অজুহাত দেখুৱাই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক ৷ ইয়াৰ

ৰাজকন্যাৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা

ৰাজকন্যাৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা

বহু চৰ্চিত তথা ৰাজ্য জোঁকাৰি যোৱা ৰাজকন্যা বৰুৱাৰ দুৰ্ঘটনাৰ গোচৰৰ পৰা অৱশেষত দোষমুক্ত হ’ল চিকিৎসক নৱনীল বৰুৱা। দিছপুৰ আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি ১২০(বি)/২০১/২১২ ধাৰাত ৩৭20/2021 নম্বৰত ৰুজু কৰা গোচৰত কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণী সত্ৰ ন্যায়াধীশ আদালতে শুনানি গ্রহণ কৰি উপযুক্ত তথ্য-প্রমাণ নথকাত চিকিৎসক বৰুৱাক গোচৰটোৰ পৰা যোৱা

পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ৷ শুকুৰবাৰে শিলচৰৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৃথক বৰাক গঠনৰ দাবীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে পৃথক বৰাক হ’ব নে নাই ইয়াৰ সিদ্ধান্ত ল’ব বৰাকবাসীয়ে৷ যদি বৰাকবাসীয়ে পৃথক বৰাক বিচাৰে তেন্তে আমি বিৰোধিতা নকৰোঁ৷ আমি