পত্নীক তেওঁৰ পিতৃ-মাতৃতকৈও অধিক মৰম দিয়ে এই দুটা নামৰ পুৰুষে

পত্নীক তেওঁৰ পিতৃ-মাতৃতকৈও অধিক মৰম দিয়ে এই দুটা নামৰ পুৰুষে

এটি মানৱ শিশুৱে পৃথিৱীত জন্ম গ্ৰহণ কৰোঁতে মাক দেউতাকৰ বাহিৰে কাৰো লগত সম্পৰ্ক নাথাকে। লাহে লাহে তেওঁ ডাঙৰ হৈ বিভিন্ন সম্পৰ্কৰ মাজত বান্ধ খাই পৰে। শিশুটিৰ সম্পূৰ্ণ দায়িত্ব মাক দেউতাকে বহন কৰে। যেতিয়া শিশুটি নিজৰ দায়িত্ব নিজে লব পৰাকে ডাঙৰ হৈ উঠে তেতিয়া লাহে লাহে কিছুমান সম্পৰ্ক মাজত সোমাই যাব

মেধাৱী ছাত্ৰী ময়ুৰী দেৱীৰ অকাল মৃত্যুত জামুগুৰিত শোকৰ ছাঁ

মেধাৱী ছাত্ৰী ময়ুৰী দেৱীৰ অকাল মৃত্যুত জামুগুৰিত শোকৰ ছাঁ

 নগাওঁ জিলাৰ বেবেজীয়া সমীপৰ মাজ জামুগুৰি নিবাসী প্ৰয়াত ৰবিৰাম নাথ আৰু শিক্ষয়ত্ৰী চাৰু দেৱীৰ একমাত্ৰ কন্যা মেধাৱী ছাত্ৰী ময়ুৰী দেৱী (১৬)য়ে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। সোমবাৰে বিয়লি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ হয় ময়ুৰীৰ। উল্লেখ্য যে বিগত সপ্তাহত দাঁতৰ চিকিৎসা গ্ৰহণ কৰা পিছতে অসুস্থ হৈ পৰে

নিজৰ পত্নীক লাঠিৰে মৰিয়াই, গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি দেহৰ বিভিন্ন অংগত আঘাত…..

নিজৰ পত্নীক লাঠিৰে মৰিয়াই, গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি দেহৰ বিভিন্ন অংগত আঘাত…..

পোহৰলৈ আহিছে এগৰাকী শিক্ষকৰ বৰ্বৰ অত্যাচাৰৰ কাহিনী। অৱশ্যে ছাত্ৰ-ছাত্ৰীক নহয়। নিজৰ পত্নীক লাঠিৰে মৰিয়াই, গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি দেহৰ বিভিন্ন অংগত আঘাত কৰিছে লম্পট শিক্ষক সাৰংগধৰ ৰাজাই। স্বামীৰ প্ৰহাৰত পত্নীয়ে ভালদৰে খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ পৰিছে। লংকাৰ বামুনগাঁও ২ নং পিপলপুখুৰীত সংঘটিত হৈছে এই ঘটনা। শিক্ষকজনে পাৰিবাৰিক কথাক লৈ দেওবাৰে দুপৰীয়া

শিক্ষক দিৱসৰ দিনাই এগৰাকী শিক্ষয়িত্ৰীয়ে গৌৰৱান্বিত কৰিলে অসমবাসীক

শিক্ষক দিৱসৰ দিনাই এগৰাকী শিক্ষয়িত্ৰীয়ে গৌৰৱান্বিত কৰিলে অসমবাসীক

২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীত যোৰহাট বাল্য ভৱন হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী কৰবী গগৈক ভাৰত চৰকাৰৰ এগৰাকী শিক্ষয়িত্ৰী ৰূপে নিমন্ত্ৰণ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ শিক্ষা,বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা (ইউনেস্কো)ৰ এছিয়া – পেচিফিক সাংস্কৃতিক সংস্থা (ACCU) য়ে ২০১৬ চনৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়(MoE), জাপান চৰকাৰৰ শিক্ষা,সাংস্কৃতিক, ক্ৰীডা,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়

মহানগৰীৰ প্ৰাকৃতিক নিৱাসত অঘটন; ষষ্ঠ মহলাৰ পৰা পৰি বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

মহানগৰীৰ প্ৰাকৃতিক নিৱাসত অঘটন; ষষ্ঠ মহলাৰ পৰা পৰি বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

মহানগৰীত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। নৱগ্ৰহৰ সমীপস্থ প্ৰাকৃতিক নিবাসৰ ছয় নং ব্লকৰ ষষ্ঠ মহলাৰ পৰা পৰি ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী যুৱতীৰ। ড: দীনেশ আগৰৱাল নামৰ লোকজনৰ বাসগৃহত বনকৰা হিচাপে নিয়োজিত আছিল যুৱতীগৰাকী। চাহ জনগোষ্ঠীয় ২২ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় নৱগ্ৰহ অঞ্চলত ৷ ইতিমধ্যে চান্দমাৰী আৰক্ষী উপস্থিত