নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–শিক্ষাৰ গুণগত মান উন্নয়নৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰা অন্যতম বৌদ্ধিক কেন্দ্ৰস্থল নগাঁও জিলাৰ ফুলগুৰি শংকৰদেৱ শিশু নিকেতনত মংগলবাৰে এখনি প্ৰাচীৰ পত্ৰিকা “অৰ্ক”ৰ উন্মোচন কৰা হয় । শিক্ষক দিৱসৰ উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত প্ৰাচীৰ পত্ৰিকা “অৰ্ক”ৰ উন্মোচন কৰে সাংবাদিক দেৱজিৎ হাজৰিকাই । “অৰ্ক”ৰ উন্মোচন কৰি হাজৰিকাই উল্লেখ কৰে যে
হিন্দু বিশ্বাস অনুসৰি অষ্টমী তিথিৰ বিশেষ তাৎপৰ্য আছে। তাৰ ভিতৰত জন্মাষ্টমী তিথি অতি গুৰুত্বপূৰ্ণ। কাৰণ এই দিনটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে পালন কৰা হয়। এই তিথি সমগ্ৰ দেশতে অতি উলহ মালহেৰে পালন কৰা হয়। প্ৰতি বছৰে ভাদ মাহৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এইবাৰ ৬ ছেপ্টেম্বৰ বুধবাৰে জন্মাষ্টমী উদযাপন
বৰ্তমান আধাৰ কাৰ্ড খুবেই গুৰুত্বপূৰ্ণ। কিন্তু আমি বহুতেই নাজানো যে আমাৰ আধাৰ কাৰ্ডখন কেতিয়া আৰু ক’ত প্ৰমাণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। যিহেতু আধাৰ কাৰ্ড বিভিন্ন সেৱা লাভৰ বাবে প্ৰমাণৰ নথি হিচাপে ব্যৱহাৰ কৰা হয়, ইয়াৰ অপব্যৱহাৰ সম্পৰ্কে চিন্তিত হোৱা প্ৰয়োজন। ইউনিক আইডেণ্টিফিকেচন অথৰিটী অব ইণ্ডিয়া অৰ্থাৎ যি সংস্থাই আধাৰ পৰিচালনা
সূৰ্য্য হৈছে আত্মা, পিতৃ, শক্তিৰ উৎস কাৰণ তেওঁ সমগ্ৰ বিশ্বক শক্তি দিয়ে, শক্তিৰ আদি উৎস হ’ল সূৰ্য্য। সূৰ্য্যই মানুহৰ ইচ্ছা, সামগ্ৰিক চেতনাক প্ৰভাৱিত কৰে বাবে সূৰ্য্যক অধিপতি বুলিও কোৱা হয়। ১২ ৰাশিৰ জাতক-জাতিকা প্ৰভাৱিত হয় ৷ ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা ৭.১১ বজাত সিংহ ৰাশি কন্যা ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে
বলীউডৰ পৰা প্ৰায় নোহোৱা হৈ গৈছিল আমিশা পেটেল। সেই আমিশা পেটেলে ‘গদৰ ২’ ছবিখনৰ জৰিয়তে পুনৰ প্ৰত্যাৱৰ্তন কৰিছে আৰু বিনিময়ত লাভ কৰিছে সফলতা। কিন্তু সেই ছবিখনৰে পৰিচালক অনিল শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে। আমিশাই পৰিচালকগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে এটাৰ পিছত আনটো অভিযোগ। এক সাক্ষাৎকাৰত আমিশাই কয় যে, “গদৰ ২’ৰ