সূৰ্যাভিযান আদিত্য এল-১ত জড়িত যোৰহাটৰ ড°ঐশ্বন্যা শৰ্মা

সূৰ্যাভিযান আদিত্য এল-১ত জড়িত যোৰহাটৰ ড°ঐশ্বন্যা শৰ্মা

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কাইলৈ মহাকাশলৈ সূৰ্য্য অভিমুখে উৎক্ষেপন কৰিব লগীয়া আদিত্য এল-১ ৰ লগত জড়িত আছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। সূৰ্য্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্য্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল’বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্ত কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ

দিখৌ নৈত অচিনাক্ত মৃতদেহক লৈ চাঞ্চল্য

দিখৌ নৈত অচিনাক্ত মৃতদেহক লৈ চাঞ্চল্য

🔹 মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত অৰ্জুনগুৰি অঞ্চলৰ দিখৌ নদীত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিন্ধনত টি ছাৰ্ট আৰু এটা মুগা বৰণীয়া থ্ৰি কোৱাৰ্টাটাৰ পেন্ট পৰিধান কৰা বগা বৰণৰ ব্যক্তিজনৰ বয়স আনুমানিক ত্ৰিশ-পয়ত্ৰিশ বছৰ হব বুলি

নৃশংস : দুই কন্যা সন্তানক হত্যা গৰ্ভৱতী মাতৃৰ

নৃশংস : দুই কন্যা সন্তানক হত্যা গৰ্ভৱতী মাতৃৰ

কাছাৰত দুই অবুজ কন্যা সন্তানক গৰ্ভৱতী মাতৃয়ে হত্যা কৰাৰ ঘটনাত চাঞ্চল্য বিয়পি পৰিছে। মাতৃ আজমিৰা বেগম লস্কৰে ১০ মহীয়া আৰু ৩ বছৰ বয়সৰ কন্যা সন্তান দুটাক হত্যা কৰে। এই নৃশংস আৰু ভয়ানক ঘটনা সোণাই সমষ্টিৰ হাতীখালৰ বাউৰীকান্দি অঞ্চলত সংঘটিত হৈছে । শুকুৰবাৰে পুৱা এই ঘটনা পৰিয়ালটোৰ আন সদস্যসকলৰ দৃষ্টিগোচৰ হয়

ধন দাবীৰ অভিযোগত বজালীৰ SPসহ ৮ বিষয়াক ৰিজাৰ্ভ ক্লজড

ধন দাবীৰ অভিযোগত বজালীৰ SPসহ ৮ বিষয়াক ৰিজাৰ্ভ ক্লজড

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বজালীৰ আৰক্ষী অধীক্ষকসহ ৮ আৰক্ষী বিষয়া। আৰক্ষী অধীক্ষক-ডিএছপিসহ ৮ শীৰ্ষ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজড কৰা হৈছে। অৰ্থনৈতিক অপৰাধৰ অভিযোগত গ্ৰহণ কৰা হৈছে এই শাস্তিমূলক ব্যৱস্থা। ধনদাবীৰ অভিযোগত চিআইডি এই গোচৰ ৰুজু কৰা হৈছে। ৫ কোটি দাবী কৰিছিল বজালীৰ আৰক্ষী অধীক্ষকে। এই দাবী ৰবিউল ইছলামৰ আত্মীয়ৰ।