পুৱা শুই উঠাৰ পাছত প্ৰাতঃকৰ্ম সমাপন কৰাৰ পাছত মানুহৰ ভোক লাগে। কামলৈ ওলাই যোৱা পূর্বে সকলোকে পুৱাৰ আহাৰৰ প্ৰয়োজন। বিশেষজ্ঞৰ মতে,পর্যাপ্ত পৰিমাণৰ পুৱাৰ আহাৰে এজন লোকৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিয়মিতৰূপে পুৱাৰ আহাৰ গ্ৰহণ নকৰিলে যে শৰীৰৰ মাৰাত্মক ক্ষতি হয়, সেই কথা আমি সকলোৱে জানো। কিন্তু শেহতীয়া এক
বহুতৰে কেতিয়াবা হাত বা ভৰি অৱশ হৈ পৰা যেন অনুভৱ হয়৷ বাহু বা গাঁঠিৰ কোনো এক স্নায়ু যদি সংকুচিত হয় বা ক্ষতিগ্ৰস্ত হয় তেতিয়া হাতখন অৱশ হোৱা যেন লাগে৷ তদুপৰি ডায়েবেটিছৰ দৰে ৰোগৰ বাবে পেৰিফেৰাল স্নায়ু ক্ষতিগ্ৰস্ত হ’লে, বা আঘাত, সংক্ৰমণ আৰু বিষাক্ত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে হাত অৱশ হোৱা যেন
মস্তিষ্কৰ কোষ শুকাই যোৱাৰ সমস্যা বা ব্রেইন এ ট্রফি হোৱাৰ মূলতেই মদ্যপান। অধিক পৰিমাণে নিতৌ মদ্যপান কৰাৰ ফলত মস্তিষ্কৰ আকৃতি লাহে লাহে সৰু হ’বলৈ ধৰে। সহজ অৰ্থত ক’বলৈ হ’লে শোটোৰা শোটোৰ হৈ পৰে। যেতিয়া মস্তিষ্ক শুকাবলৈ আৰম্ভ কৰে তেতিয়া আকৃতিৰো তাৰতম্য ঘটে। এনে হ’লে বুদ্ধি-বৃত্তিৰো বিকাশত বাধা জন্মে। মস্তিষ্কৰ কোষ
সু-স্বাস্থ্যৰ বাবে বিভিন্ন ভিটামিনৰ প্ৰয়োজন৷ তেনে এবিধ অতি গুৰুত্বপূৰ্ণ ভিটামিন হৈছে ভিটামিন ‘ডি’৷ এইবিধ ভিটামিন দেহৰ ভিতৰতে উৎপন্ন হয়৷ ভিটামিন ‘ডি’ শৰীৰৰ বাবে অতি অপৰিহাৰ্য৷ ভিটামিন ‘ডি’য়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি ই দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে৷ আনকি হাড় আৰু দাঁতৰ স্বাভাৱিক বৃদ্ধি তথা
ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে বায়ু প্ৰদূষণে। এক পৰীক্ষাৰ অন্তত গম পোৱা গৈছে যে দীর্ঘসময় ধৰি বায়ু প্ৰদূষণৰ সংস্পৰ্শত থাকিলে মস্তিষ্কৰ সামগ্ৰিক আকৃতি সংকুচিত হৈ পৰে। ফলত মস্তিষ্কৰ বিভিন্ন অংশত পৰিমিত ৰক্ত সঞ্চালনৰ অভাৱত কোষবোৰৰ মৃত্যু ঘটিবলৈ আৰম্ভ কৰে। নিঃশব্দে ইস্কেমিক স্ট্রোক হয়। গবেষণাটোত গম পোৱা গৈছে যে যি মানুহে ৰাস্তাৰ