আলহী খাবলৈ ভিনিহিয়েকৰ ঘৰৰ পৰা চুৰি কৰি নিলে স্কুটী…

আলহী খাবলৈ ভিনিহিয়েকৰ ঘৰৰ পৰা চুৰি কৰি নিলে স্কুটী…

ভিনিহিয়েকৰ ঘৰত ফুৰিব আহি খুলশালিয়ে চুৰি কৰি লৈ গ’ল স্কুটি। উল্লেখ্য যে বিশ্বনাথৰ কুচগাঁও নিবাসি তথা বিশ্বনাথ নগৰৰ পাৰ্বতি দাহাল ফাৰ্ণিচাৰৰ স্বতাধিকাৰী ৰাজকুমাৰ দাহাল নামৰ লোক জনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। কিছুদিন পূৰ্বে কলিয়াবৰৰ পৰা সম্পৰ্কীয় খুলখালি অংকুৰ উপাধ্যায় নামৰ যুৱকজন ফুৰিবলৈ আহিছিল ৰাজকুমাৰৰ ঘৰলৈ। সন্ধ্যা সময়ত ৰাজকুমাৰ দাহালৰ

‘কা’ আন্দোলনৰ সময়ত জুবিনে চৰকাৰী এজেণ্টৰূপে কাম কৰিছিল : অ জা পৰ সম্পাদক ৰাজু ফুকন

‘কা’ আন্দোলনৰ সময়ত জুবিনে চৰকাৰী এজেণ্টৰূপে কাম কৰিছিল : অ জা পৰ সম্পাদক ৰাজু ফুকন

সোমবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই এক অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত উপস্থিত আছিল কণ্ঠশিল্পী জুবিন গাৰ্গ। অনুষ্ঠানত শিল্পীগৰাকীয়ে এক প্ৰশ্নোত্তৰত অসম জাতীয় পৰিষদ দলটোৰ সন্দৰ্ভত এক মন্তব্য কৰিছিল। জুবিন গাৰ্গে দলটোৰ প্ৰতি কৰা বিৰূপ মন্তব্য সন্দৰ্ভত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনে তীব্ৰ গৰিহণা দিয়ে। মঙলবাৰে গোলাঘাটত তেওঁ

পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু অসমীয়া যুৱকৰ

পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু অসমীয়া যুৱকৰ

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু তিতাবৰ শুকানযানৰ বসন্ত চুতীয়া নামৰ ২০ বছৰীয়া যুৱকজনৰ । যোৱা ২৬ আগষ্টত মৃত্যু হয় যুৱকজনৰ । যুৱকজনে শনিবাৰৰ দিনা জ্বৰ অনুভৱ কৰিছিল দিনৰ ভাগত আৰু তাৰ পিছতেই ৰাতি মৃত্যু হয় বসন্ত চুতীয়াৰ । আজি পৰ্যন্ত বসন্ত চুতীয়াৰ নশ্বৰ দেহ ঘৰ আহি পোৱা নাই ঘৰলৈ। জানিবলৈ

জুবিনৰ নিচিনা 420 আৰু সুবিধাবাদী শিল্পী দেখা নাছিলো: দুলু আহমেদ

জুবিনৰ নিচিনা 420 আৰু সুবিধাবাদী শিল্পী দেখা নাছিলো: দুলু আহমেদ

অসম জাতীয় পৰিষদক (AJP) ‘ফটুৱা’ দল জুবিন গাৰ্গে (Zubeen Garg) কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে AJPৰ নেতা দুলু আহমেদে (Dulu Ahmed)। এটা ফেচবুক পোষ্টযোগে দুলু আহমেদে জুবিন গাৰ্গৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। জুবিন গাৰ্গৰ নিচিনা ৪২০ আৰু সুবিধাবাদী শিল্পী দেখা নাছিলো বুলি মন্তব্য কৰে দুলু আহমেদে। দুলু আহমেদে লিখিছে, ‘‘জুবিন গাৰ্গ