উচ্চ কলেষ্টেৰল থকা ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। অস্বাস্থ্যকৰ আৰু এলেহুৱা জীৱনশৈলী আৰু ভুল আহাৰৰ বাবে যুৱ লোকসকলৰ শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি পাইছে। যেতিয়া কলেষ্টেৰল বাঢ়ে, ই তেজৰ ধমনীত জমা হয় আৰু তেজৰ প্ৰবাহ প্ৰভাৱিত কৰে। ইয়াৰ ফলত Heart Attack আৰু ষ্ট্ৰোক হ’ব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণত আপেল খোৱাটো অতি
অসমত এতিয়া মুকলিকৈ টকাৰ বিনিময়ত বিক্ৰী হৈছে মানৱ শিশু। ৪০ ৰ পৰা ৬০ হাজাৰ টকাত বিক্ৰী হৈছে ৭মহীয়া দেৱশিশুৰ পৰা ১ বছৰীয়া শিশু। এইবাৰ সভ্য সমাজত লজ্জিত কৰা ঘটনা সংঘটিত হৈছে বিটিআৰৰ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত । ধনৰ অভাৱত চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শিলিখাগুৰীৰ এহাল নিষ্ঠুৰ দম্পতী হুগম
ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এছ টি এফৰ সফল অভিযান। সোমবাৰে এছ টি এফৰ এটা দলে মানকাছাৰ থানা এলেকাৰ কুচনিমাৰা নামৰ ঠাইৰ পৰা ২জন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি এক বিশেষ সূত্ৰৰ পম খেদি অসম এছ টি এফৰ এটা দলে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ ২ ছেপ্তেম্বৰৰ পুৱা গুৱাহাটীৰ
পাৰ্টীলৈ নি প্ৰেমিকাক হত্যা কৰা আজিজ আহমেদ ওৰফে মুন্নাক মাৰাথন জেৰা ডিব্ৰুগড় আৰক্ষীৰ। শনিবাৰে বাৰে বাৰে ফোন কৰি ঘৰৰ পৰা মেহেক শৰ্মাক মতাই অনাৰ পিছত কি হৈছিল? আজিজ আহমেদে ক’লৈ লৈ গৈছিল মেহেক শৰ্মাক। জেৰাত লাহোৱাল বাইপাছত থকা মেল’ ব্ৰিজ ধাবালৈ যোৱাৰ কথা স্বীকাৰ কৰিছে ঘাতক আজিজ আহমেদে। এই স্বীকাৰোক্তিৰ
বহুতৰে বাবে বছৰটোৰ আটাইতকৈ প্ৰতীক্ষিত ছবি খনৰ অৱশেষত মুক্তিৰ দিন ঘোষণা কৰা হ’ল।আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ পুষ্পা ২ ছবিখনে ২০২৪ চনৰ ১৫ আগষ্টত বিশ্বজুৰি বহু ছবিগৃহত মুক্তি পাব। শেহতীয়াকৈ ছবি খনৰ নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি এখন আনুষ্ঠানিক পোষ্টাৰ মুকলি কৰিছে। এই খবৰে এতিয়া ছ’চিয়েল মিডিয়াত এক আলোড়নৰ