মাৰ্ঘেৰিটাৰ এগৰাকী স্কুলীয়া ছাত্ৰী নিৰুদ্দেশ । টিৰাপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশমমান শ্ৰেণীত অধ্যয়নৰত অনিতা মুণ্ডা নামৰ ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছে কিছুদিন ধৰি । সদাশয় লোকে ছাত্ৰীগৰাকীৰ কিবা সম্ভেদ পালে 6003605585 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহবান জনাইছে ।
নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট সমাজকৰ্মী গুণ মহন্তৰ পঞ্চম মৃত্যু বাৰ্ষিকীত ৰবিবাৰে বিশিষ্ট লেখিকা তথা সাংবাদিক, “নন্দিনী” আলোচনীৰ সম্পাদক মাইনী মহন্তক গুণ মহন্ত বঁটা প্ৰদান কৰা হয় । নগাঁৱৰ অন্যতম বৈষ্ণৱ আদৰ্শৰ সত্ৰীয়া অনুষ্ঠান পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত নগাঁও জিলাৰ ফৌজদাৰীপট্টিস্থিত প্ৰয়াত অভিনেতাগৰাকীৰ নিজা বাসগৃহত আয়োজিত শ্ৰদ্ধাঞ্জলি
“শীঘ্ৰেই হিন্দুৰাষ্ট্ৰ ঘোষণা কৰক চন্দ্ৰক। আৰু শিৱশক্তি পইণ্ট হওঁক ৰাজধানী” : স্বামী চক্ৰপাণি ”সংসদত প্ৰস্তাৱ গৃহীত কৰি চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ ঘোষণাৰ লগতে তাৰ ৰাজধানীক শিৱ শক্তি পইণ্ট হিচাপে নিৰ্মাণ কৰিব লাগে”। এই দাবী অখিল ভাৰত হিন্দু মহাসভাৰ অধ্যক্ষ স্বামী চক্ৰপাণিৰ
নিউজ ব্যুৰ’,নগাঁও,২৭আগষ্ট:– অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক–২০২৪ বাৰপূজীয়া অধিবেশনৰ আদৰণি সমিতিৰ কৰ্ণধাৰ সমিতিৰ এখনি বৈঠক ৰবিবাৰে বাৰপূজীয়া শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদেশ্যে ব্যাখ্যা কৰে আদৰণি সমিতিৰ প্ৰধান সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকাই । মৰিগাঁও জিলা সাহিত্য
👍গোসাইগাওঁত আৰক্ষী অৰ্ধ সামৰিক বাহিনিৰ নিৰাপত্তাত উৰিল কলা পতাকা 👍আজি ২৮ আগষ্ট আৰু এই ২৮ আগষ্ট তাৰিখে আক্ৰাছুৱে পালন কৰি আহিছে প্ৰতাৰণা দিৱস অৰ্থাৎ কলা দিন । 👍প্ৰতাৰণা দিৱসত কোচ-ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাছুৱে গোসাইগাওঁৰ নেপালপাৰা চিলাৰায় ভৱনৰ কাৰ্যালয়ৰ বাখাৰাত উত্তোলন কৰে কলা পতাকা । 👍এইবছৰো আক্ৰাছুৱে গোসাইগাওঁৰ বিভিন্ন অঞ্চলত কলা