ৰাজ্যৰ ৫ খন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট!
ৰাজ্যৰ ৫ খন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি এইবাৰ নামনি অসমত বতৰে ধাৰণ কৰিব কালৰূপ। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা আৰু বাক্সা জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
গুৱাহাটী টাইমচ