অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ’ব ৰিপুন বৰা

অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ’ব ৰিপুন বৰা

অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ’ব ৰিপুন বৰা ৷ মে’ৰ দ্বিতীয় সপ্তাহত ৰিপুন বৰাক অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণাৰ হোৱাৰ সম্ভাৱনা । বুধবাৰে কলকাতাত অসমৰ দায়িত্বত থকা তৃণমূল কংগ্ৰেছৰ দলীয় নেতা মলয় ঘটকৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় বৰা ৷ এই বৈঠকৰ পাছতেই নিশ্চিত হৈছে এই কথা ৷

তৃণমূল কংগ্ৰেছত যোগদানৰ পাচত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাই মঙলবাৰে নতুন দিল্লীস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে ৷

তেওঁ সংবাদমেলত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰোধিতা কৰিব পাৰিছে বুলি উল্লেখ কৰি সেই আদৰ্শৰ বাবেই দলটোত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে তৃণমূল কংগ্ৰেছ অসমত ‘অসম

GTM Desk

Related