Tag: arnab goswami

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰু এটা নতুন গোচৰ ৰুজু

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰু এটা নতুন গোচৰ ৰুজু

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু। বুধবাৰে পুৱা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীক বাধা দিছিল ৰিপাব্লিকৰ মুখ্য সম্পাদকগৰাকীয়ে। কৰ্তব্যৰত আৰক্ষীক বাধা দিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এটা গোচৰ।