Tag: chandrayan
চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে
চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানে বিচাৰি পালে অক্সিজেন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি টুইটযোগে এই কথা ৰাজহুৱা কৰিছে। সংস্থাটোৱে মঙলবাৰে কয় যে প্ৰজ্ঞান ৰ’ভাৰৰ লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেকট্ৰোস্কোপে প্ৰথমবাৰৰ […]