চন্দ্ৰপৃষ্ঠত প্ৰজ্ঞানে বিচাৰি পালে অক্সিজেন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি টুইটযোগে এই কথা ৰাজহুৱা কৰিছে। সংস্থাটোৱে মঙলবাৰে কয় যে প্ৰজ্ঞান ৰ’ভাৰৰ লেজাৰ-প্ৰেৰিত ব্ৰেকডাউন স্পেকট্ৰোস্কোপে প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ভূমিত ছালফাৰ(S)ৰ উপস্থিতি নিশ্চিত কৰিছে ইছৰোৱে প্ৰকাশ কৰে যে আশা কৰা অনুসৰি চন্দ্ৰত এলুমিনিয়াম (Al), কেলচিয়াম(Ca), লো (Fe), ক্ৰমিয়াম(Cr), টাইটেনিয়াম(Ti), মেংগানিজ(Mn),