Tag: English News

সমগ্ৰ দেশতে ৯ খন বিদ্যালয়ক ক্ৰীড়া বিদ্যালয় হিচাপে অনুমোদন

সমগ্ৰ দেশতে ৯ খন বিদ্যালয়ক ক্ৰীড়া বিদ্যালয় হিচাপে অনুমোদন

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে শ্বিলঙত কালি অসম ৰাইফলচ পাব্লিক স্কুলক খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় হিচাপে উদ্ধোধন কৰে। সম্প্ৰতি সমগ্ৰ দেশতে ৯ খন বিদ্যালয়ক ক্ৰীড়া বিদ্যালয় হিচাপে অনুমোদন জনোৱা হৈছে।