Tag: English News

অহা ৪ নৱেম্বৰত CAAৰ শুনানিৰ দিন ধার্য কৰিছে উচ্চতম ন্যায়ালয়ে

এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদন সমূহৰ শুনানিৰ তাৰিখ ৪ নৱেম্বৰ ধাৰ্য কৰা হৈছে। পূৰ্বতে উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত ২ নৱেম্বৰ শুনানিৰ তাৰিখ বুলি উল্লেখ