Tag: facebook

ফেচবুকে বন্ধ কৰিলে ম্যানমাৰৰ সামৰিক শাসকৰ পৃষ্ঠা

ফেচবুকে বন্ধ কৰিলে ম্যানমাৰৰ সামৰিক শাসকৰ পৃষ্ঠা

ম্যানমাৰত কালি প্রতিবাদী জনতাৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাৰ ঘটনাত দুজন নিৰীহ লোক নিহত হয়৷ এই ঘটনাৰ পিছতে বিশ্বজুৰি ম্যানমাৰৰ সামৰিক প্রশাসনৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ আজি এই প্রতিক্রিয়া আৰু বিক্ষোভৰ মাজতে ছ’চিয়েল মিডিয়া প্লেটফর্ম ফেচবুকে দেশখনৰ সেনাই চলাই থকা পৃষ্ঠা এটাৰ বিলুপ্তি ঘটাইছে৷ সামৰিক চৰকাৰৰ ‘ট্রু নিউজ’ শীর্ষক তথ্য সেৱাৰ