Assamese News

ফেচবুকে বন্ধ কৰিলে ম্যানমাৰৰ সামৰিক শাসকৰ পৃষ্ঠা

1 min read

ম্যানমাৰত কালি প্রতিবাদী জনতাৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাৰ ঘটনাত দুজন নিৰীহ লোক নিহত হয়৷ এই ঘটনাৰ পিছতে বিশ্বজুৰি ম্যানমাৰৰ সামৰিক প্রশাসনৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ […]