শ্রীৰামপুৰ, ২৮ফেব্ৰুৱাৰী: কোকৰাঝাৰ জিলা ৰ গোঁসাইগাঁৱত সদ্যহতে নিউজ প’ৰ্টেলৰ সাংবাদিক সকলে গোঁসাইগাঁৱ ডিজিটেল মিডিয়া প্রেছ ক্লাৱ নামাকৰণ কৰি এটি সংগঠনৰ জন্ম দিয়ে। প’ৰ্টেলৰ সাংবাদিক ৰফিকুল ইছলামক সভাপতি আৰু দানছাৰাং ব্রহ্মক সাধাৰণ সম্পাদক হিচাপে লৈএগাৰ জনীয়া সদস্য সম্বলিত গঠন কৰা ডিজিটেল প্রেছ ক্লাৱৰ বিষয়ব্বীয়া আৰু সদস্য সকলে আজি দিনৰ এগাৰ বজাত