গুৱাহাটী: দীঘলীয়া প্রতীক্ষাৰ অন্ত পেলাই অৱশেষত আৰম্ভ হ’ল ত্রয়োদশ সংস্কৰণৰ আই পি এল৷ মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ভাৰতৰ সলনি ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হৈ আছে এইবাৰৰ আইপিএল। এটা দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ হ’লে বা খেলখনত বিজয় সাব্যস্ত কৰিবলৈ হ’লে ভাল ভাল ক্রিকেটাৰৰ লগতে এটা দলত লাগে