Tag: jawan

দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এই বিশেষ ছবিখনে

দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এই বিশেষ ছবিখনে

ছবিখনৰ নাম ‘জৱান’। হয়, বলীউডৰ কিং খান শ্বাহৰুখ খানৰ বহু চৰ্চিত ছবি ‘জৱান’। নাম ঘোষণাৰ দিনৰ পৰা বৰ্তমানলৈকে ছবিখনক লৈ চৰ্চা সমানেই চলি আছে। শেহতীয়াকৈ ‘জৱান’ৰ এখন প’ষ্টাৰ মুকলি হৈছে। য’ত শ্বাহৰুখ খানে নেতিবাচক চৰিত্ৰত অভিনয় কৰা বিষয়টো প্ৰায় নিশ্চিত হৈছে। আনহাতে, ট্ৰেইলাৰ-প’ষ্টাৰ মুকলি হোৱাৰ পাছৰে পৰাই ছ’চিয়েল মেডিয়াতো খুব