Tag: littered

প্লাষ্টিক আৱর্জনাৰে ভৰিছে গণেশগুৰি বজাৰৰ নলা

প্লাষ্টিক আৱর্জনাৰে ভৰিছে গণেশগুৰি বজাৰৰ নলা

প্রহসনত পৰিণত হৈছে গুৱাহাটী পৌৰ নিগমৰ নলা নিষ্কাশন আঁচনি৷ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লগতে পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি লক্ষ্য ৰাখি জিএমচি কর্তৃপক্ষই মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰি আহিছে যদিও কার্যতঃ এই আঁচনিৰ সফল ৰূপায়ণ হোৱা নাই৷ ফলত প্লাষ্টিকৰ বটল আৰু আৱর্জনাৰে ভৰিছে মহানগৰীৰ নলা–নর্দমা৷ দিছপুৰৰ জনতা ভৱনৰ গাতে লাগি