Tag: Martyred youth

পুলৱামা কাণ্ডৰ দুবছৰঃ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি দেশবাসীৰ

পুলৱামা কাণ্ডৰ দুবছৰঃ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি দেশবাসীৰ

আজি পুলৱামা আক্ৰমণৰ দুবছৰ সম্পূৰ্ণ হ’ল । বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল চিআৰপিএফৰ ৪০জনকৈ জোৱান । শ্বহীদ হৈছিল অসমৰ মনেশ্বৰ বসুমতাৰীয়ো। এই আক্ৰমণত শ্বহীদ হোৱা প্ৰতিজন বীৰ জোৱানলৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ দেশবাসীয়ে । এই দিনটোক স্মৰণ কৰি চিআৰপিএফেও টুইটযোগে শ্ৰদ্ধা জনাইছে । উল্লেখ্য