Tag: nayanmoni saikia arjuna award

ৰাষ্ট্রীয় ক্রীড়া বঁটা ঘোষণা : অর্জুন বঁটাৰ বাবে নির্বাচিত স্বর্ণ কন্যা নয়নমণি শইকীয়া

ৰাষ্ট্রীয় ক্রীড়া বঁটা ঘোষণা : অর্জুন বঁটাৰ বাবে নির্বাচিত স্বর্ণ কন্যা নয়নমণি শইকীয়া

কেন্দ্রীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রালয়ে ২০২২ বর্ষৰ ৰাষ্ট্রীয় ক্রীড়া বঁটা ঘোষণা কৰিছে৷ সেই অনুসৰি ক্রীড়া ক্ষেত্রৰ সর্বোচ্চ সন্মান ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে নির্বাচিত হৈছে টেবুল টেনিছ তাৰকা অচন্থ শৰথ কমল৷ আনহাতে সন্মানজনক অর্জুন বঁটাৰ বাবে নির্বাচিত কৰা হৈছে দেশৰ ২৫গৰাকী তাৰকা ক্রীড়াবিদক৷ অসমৰ স্বর্ণকন্যা নয়নমণি শইকীয়ালৈও আগবঢ়োৱা হৈছে অর্জুন