Advertisement

Tag: newslive

গুৱাহাটীৰ ভাড়াঘৰত দুদিনত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ….

গুৱাহাটীৰ ভাড়াঘৰত দুদিনত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ….

পুনৰ গুৱাহাটীৰ ভাড়াঘৰত যুৱতীৰ ৰহস্যজনক মৃত্যু। ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। তৰুণ নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী। ৰুক্মিনীনগৰত ভাড়াঘৰটো উদ্ধাৰ কৰা হৈছে আন এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীৰ মৃতদেহ