বিটিচি পৰিষদ গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল । বিটিচি ৰাজনীতিত নতুন সমীকৰন । বিটিচিবাসী ৰাইজক শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীৰ । প্ৰমোদ বড়ো হ’ব বিটিচিৰ মুখ্য কাৰ্যবাহী । মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰিলে এই কথা । ইউপিপিএল,জিএছপি আৰু বিজেপিৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত । আনুষ্ঠানিক ভাবে এই ঘোষনা কৰে মুখ্যমন্ত্ৰীয়ে । নিৰ্বাচিত প্ৰতিনিধি