মুখ্যমন্ত্ৰীৰ ঘোষনা : বিটিচিৰ চীফ হ’ব প্ৰমোদ বড়ো

0 min read
  • বিটিচি পৰিষদ গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল ।
  • বিটিচি ৰাজনীতিত নতুন সমীকৰন ।
  • বিটিচিবাসী ৰাইজক শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰীৰ ।
  • প্ৰমোদ বড়ো হ’ব বিটিচিৰ মুখ্য কাৰ্যবাহী ।
  • মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰিলে এই কথা ।
  • ইউপিপিএল,জিএছপি আৰু বিজেপিৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত ।
  • আনুষ্ঠানিক ভাবে এই ঘোষনা কৰে মুখ্যমন্ত্ৰীয়ে ।
  • নিৰ্বাচিত প্ৰতিনিধি সকলৰ বিতং সকলো তথ্য ৰাজ্যপালক প্ৰদান কৰা হব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।
  • সকলোকে লগত লৈ আগন্তুক দিনত কাম কৰিব বুলি আশা কৰিছো। শান্তি, সমন্বয় প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী সোণোৱাল

You May Also Like

More From Author