Assamese News

অসমৰ বাবে সুখবৰ! IPLৰ নিলামত অসমৰ ৰিয়ান পৰাগৰ ৩.৮ কোটি টকাত নিলাম, কোনে কিনিলে ৰিয়ান পৰাগক

1 min read

অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)ক কিনিলে ৰাজস্থান ৰয়েলছে। ৩.৮ কোটি টকাত ৰাজস্থান ৰয়েলছে কিনিলে ৰিয়ান ৰিয়ানৰ বাবে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত হৈছিল টনাটনি। […]